যোৰহাটৰ অতি ব্যস্ততম নিউভিল ৰোডৰ পাচলি বজাৰ পৰিদৰ্শন কৰিলে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক
নেকিব আহমেদ যোৰহাট ২৫ মে’ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো অব্যাহত আছে ক’ভিডৰ সংহাৰী ৰূপ। জিলাখনত প্ৰতিদিনে নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে শতাধিক লোক। সোমবাৰৰ দিনটোত যোৰাহাটত দুই শতাধিকতকৈও অধিক লোকৰ শৰীৰত ধৰা পৰে ক’ভিডৰ অৱস্থিতি। জিলাখনত গড়ে তিনিজনকৈ ক’ভিড ৰোগী মৃত্যুৰ …