বকোৰ কেন্দুগুৰিত ভয়াংকৰ পথ দুর্ঘটনা
ফজলুৰ ৰহমান সোণতলী ২৬ মাৰ্চ বকোৰ কেন্দুগুৰিত ভয়াংকৰ পথ দুর্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনা৷ বকো আৰক্ষী থানাৰ অন্তৰ্গত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেন্দুগুৰিত সংঘটিত হয় এই পথ দুর্ঘটনা। বৃহস্পতিবাৰে …