কৃষি বিলৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী

গুৱাহাটী ২৮ ছেপ্টেম্বৰ দেশজুৰি অব্যাহত আছে কৃষি বিলৰ বিৰুদ্ধে প্ৰতিবাদ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো বিভিন্ন দল-সংগঠনে চলাই গৈছে প্ৰতিবাদ। মহানগৰীৰ গুৱাহাটীৰ চচলত প্ৰদেশ কংগ্ৰেছৰ কৃষি বিল বিৰোধী বিশাল প্ৰতিবাদী কাৰ্যসূচী। কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষি বিলৰ বিৰুদ্ধে দেশজুৰি উত্তাল প্ৰতিবাদ …

কৃষি বিলৰ বিৰোধিতা : ইণ্ডিয়া গেটত জ্বলাই দিয়া হ’ল ট্ৰেক্টৰ

নিউজ ডেস্ক ২৮ ছেপ্টেম্বৰ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ কৃষি বিলৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। সোমবাৰে কৃষি বিলৰ বিৰোধিতা কৰি দিল্লীৰ ইণ্ডিয়া গেটত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ট্ৰেক্টৰ। ট্ৰেক্টৰত অগ্নি সংযোগ কৰা ৫ জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন …

শিৱসাগৰৰ তিনিটাকৈ মাছজিদত চোৰৰ চাফাই অভিযান

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৭ ছেপ্টেম্বৰ শিৱসাগৰৰ তিনিটাকৈ মাছজিদত চলিল চোৰৰ চাফাই অভিযান। আৰক্ষীৰ নাকৰ তলতে চুৰে তলা ভাঙিলে তিনিটাকৈ মাছজিদৰ। লুটি নিলে দান পাত্ৰৰ ধন। শিৱসাগৰত একেলগে চোৰে হাত দিলে তিনিটাকৈ ধৰ্মীয় অনুষ্ঠানত। শিৱসাগৰ সদৰ থানাৰ …

ডিমৰীয়া আছুৰ কাৰ্যালয়ত চুৰিকাণ্ড

সোণাপুৰ ২৭ চেপ্তেম্বৰ ডিমৰীয়া আছুৰ কাৰ্যালয়ত চুৰিকাণ্ড। সোণাপুৰ থানাৰ এশ মিটাৰ নিলগত থকা আছুৰ কার্যলায়ত চুৰিকাণ্ড। ডিমৰীয়াত অপৰাধমূলক ঘটনা ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ আৰক্ষী। এটাৰ পিছত আন এটা বিতৰ্কত সাঙোৰ খাই পৰিছে সোণাপুৰ আৰক্ষী। সোণাপুৰ থানাৰ পৰা এশ মিটাৰ নিলগত …

কাৰ্বি আংলং বিজেপিৰ ই-বুকৰ শুভ উন্মোচন

ডিফু ২৭ ছেপ্তেম্বৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত দেওবাৰে কাৰ্বি আংলং বিজেপিৰ ই-বুকৰ শুভ উন্মোচন কৰা হয়৷ তিনি পাৰ্বত্য জিলাৰহৈ ডিফু জনজাতি লোকসভা সমষ্টিৰ একমাত্ৰ সাংসদ হৰেণছিং বে’, বোকাজান সমষ্টিৰ বিধায়ক নোমল মমিন, পূৱ কাৰ্বি আংলং বিজেপিৰ …

দুই সমষ্টিৰ সীমামুৰীয়া হোৱাৰ বাবেই এটা পথৰ ওপৰত বিগত চাৰি বছৰ নপৰিল এটাও শিল

আজিজ আলী নলবাৰী  ২৭ছেপ্টেম্বৰ বৰক্ষেত্রী-ধৰ্মপুৰত যাতায়াত ব্যৱস্থাৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ। জৰাজীৰ্ণ অবস্থাত থকা এটা পথে জলাকলা খুৱাইছে ৰাইজক। দুই সমষ্টিৰ সীমামুৰীয়া হোৱাৰ বাবে পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত গুৰুত্ব নাই দুয়োখন সমষ্টিৰ জনপ্ৰতিনিধিৰ। নলবাৰী জিলাৰ চাউলখোৱা পাৰৰ এটা পথৰ দুৰাৱস্থাই জলাকলা …

পুনৰ ৰে’লৰ খুন্দাত নিহত বনৰীয়া হাতীৰ

হোজাই ২৭ ছেপ্টেম্বৰ পুনৰ ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে দুটাকৈ বনৰীয়া হাতী। লামডিং বনাঞ্চলত মালবাহি ৰে’লৰ খুন্দাত পোৱালিসহ নিহত হয় এটা বনৰীয়া হাতী। পূৰ্বেও একে ঠাইতে ৰে’লৰ খুন্দাত নিহত হৈছিল বনৰীয়া হাতী। শনিবাৰে নিশা হোজাই জিলাৰ অন্তৰ্গত লামডিংত পাঠৰখোলা-লামচাখং ৰে’ল ষ্টেচনৰ …

প্ৰশ্ন কাকত ফাদিল কাণ্ড : অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি ল’লে প্ৰদীপ কুমাৰে

গুৱাহাটী ২৭ ছেপ্টেম্বৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ তদন্ত চলি থকাৰ মাজতে অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি ল’লে প্ৰদীপ কুমাৰে। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষা সুচাৰুৰূপে অনুস্থিত কৰাত নিজৰ ব্যৰ্থতাৰ স্বীকাৰ কৰি …

প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জা আৰু নাই

আব্দুল হক নগৰবেৰা ২৭ ছেপ্টেম্বৰ বাঘবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক, গৃহ বিভাগৰ সংসদীয় সচিব তথা চৰ উন্নয়ন আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জা আৰু নাই৷ প্ৰাক্তন মন্ৰী গৰাকী দীৰ্ঘদিন ধৰি মধুমেহ আৰু বৃক্ক জনিত ৰোগত ভূগি আছিল। অৱশেষত গুৱাহাটীৰ …

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিঙৰ ৮২ বছৰ বয়সত দেহাৱসান

নিউজ ডেস্ক ২৭ ছেপ্টেম্বৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিঙৰ দেওবাৰে পুৱা ৮২ বছৰ বয়সত দেহাৱসান। দীৰ্ঘদিন ধৰি অসুস্থ আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিঙ। দিল্লীৰ আৰ্মী চিকিৎসালয়ত যোৱা ২৫ জুনত ভৰ্তি কৰোৱা হৈছিল যশোৱন্ত সিঙক। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিঙৰ …