প্ৰশান্ত কুমাৰ বনিয়াৰ হত্যাৰ লগত জড়িত অভিযুক্ত ৰিমন শইকীয়াক গ্ৰেপ্তাৰ
কুন্দন ভৰালী নগাঁও ৪ অক্টোবৰ শনিবাৰে নিশা সংঘটিত হোৱা প্ৰশান্ত কুমাৰ বনিয়াৰ হত্যাৰ লগত জড়িত অভিযুক্ত ৰিমন শইকীয়াক গ্ৰেপ্তাৰ। বৰ্তমানেও পলাতক অৱস্থাত আছে অন্য এজন অভিযুক্ত নিতুল শইকীয়া। নগাঁও জিলাৰ ৰণথলিত শনিবাৰে নিশা ৰিমন শইকীয়া আৰু নিতুল শইকীয়া নামৰ দুজন …