ডেগাৰেৰে হানি ধন লুটি নিয়াৰ অপচেষ্টা
ফজলুৰ ৰহমান সোণতলী ২৬ জুলাই দক্ষিণ কামৰূপৰ সোণতলীত সংঘটিত হৈছে ডকাইতি কাণ্ড। ব্যৱসায়ী এজন ডেগাৰেৰে হানি ধন লুটি নিয়াৰ অপচেষ্টা৷ বছিৰ উদ্দিন নামৰ ডকাইতে আক্ৰমন কৰে ব্যৱসায়ী ৰবিউল হুছেইনক। দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত দেওবাৰে নিশাৰ ভাগত সংঘটিত হৈ …