অৱশেষত পিতৃহীন ছাহাব উদ্দিনে লাভ কৰিলে স্থান

লখিমপুৰ পৰা ইজনা মামুল হক চৌধুৰী, সংবাদ ৩৬৫, ২৫ জুন : সামান্য নম্বৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভৰ পৰা বঞ্চিত হোৱা ছাহাব উদ্দিনে অৱশেষত উচ্চতৰ মাধ্যমিকত লাভ কৰিলে স্থান। পিতৃৰ বিয়োগৰ পিছত আধাতে শিক্ষা গ্ৰহণ সামৰি হোজাইৰ পৰা ঘৰমুৱা …

বি টি চিত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

ওদালগুৰিৰ পৰা যতীন নাথ, সংবাদ ৩৬৫, ২৪ জুন : বি টি চিত পুনৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। এইবাৰ ওদালগুৰি থানাৰ অন্তৰ্গত মাজখুটিৰ খেমেন গাঁৱত ওদালগুৰি আৰক্ষীয়ে উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। পুখুৰী এটাৰ কাষৰ জংঘলৰ মাজত পুতি থোৱা অৱস্থাৰ …

জালত পৰিল কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আবুল কালাম আজাদ

গৰৈমাৰীৰ পৰা আনোৱাৰ হুছেইন, সংবাদ ৩৬৫, ২৪ জুন : কামৰূপ জিলাৰ ছায়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী অঞ্চলত ড্ৰাগছ সৰবৰাহৰ লগত জড়িত অন্যতম কুখ্যাত অপৰাধী আবুল কালাম আজাদ পৰিল আৰক্ষীৰ জালত। পূৰ্বে নাৰী ব্যৱসায়ী, চোৰাং কাঠ মাফিয়া, চুৰি, ডকাইতি আৰু অন্যান্য অপৰাধৰ …

সংখ্যালঘূ বৃত্তিৰ ধন কেলেংকাৰীৰ অভিযোগত আটক তিনিজন

সোণতলীৰ পৰা ফজলুৰ ৰহমানৰ, সংবাদ ৩৬৫, ২৪ জুন : সংখ্যালঘূ বৃত্তিৰ ধন কেলেংকাৰীৰ অভিযোগত আটক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে পৰিচালনা সমিতিৰ সভাপতি আৰু সহকাৰী শিক্ষক। অভিভাৱকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তিনিওজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। কামৰূপ জিলাৰ বকোত সংখ্যলঘু বৃত্তিৰ …

বি টি চি পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ

গৌৰীপুৰৰ পৰা আনিছুৰ আলী, সংবাদ ৩৬৫, ২৩ জুন : কোকৰাঝাৰ জিলাৰ ৪ নং পৰ্বতঝোৰা সমষ্টিত বি টি চি পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ৷ বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰ তীব্ৰ গতিত চলিছে আগতীয়াকৈ নিৰ্বাচনী প্ৰচাৰ ৷ বি টি চিত সমগত পৰিষদীয় …

মাজবাটত ৰাইজৰ উত্তাল প্ৰতিবাদ

মাজবাটৰ পৰা যতীন নাথ, সংবাদ ৩৬৫, ২৩ জুন : ওদালগুৰিৰ মাজবাটত পি এম ওৱাই ঘৰ দিয়াৰ নামত শতাধিক পৰিয়ালৰ পৰা ৩,২০০ টকাকৈ সংগ্ৰহ। বি পি এফ নেতাৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বঞ্চিত দুখীয়া ৰাইজ। ওদালগুৰি জিলাৰ মাজবাটৰ অন্তৰ্গত …

মহানগৰী গুৱাহাটীৰ ১১ টা ৱাৰ্ডত যোৱা মাৰ্চ মাহত দেশজুৰি ঘোষণা কৰা প্ৰথম পৰ্যায়ৰ লক ডাউনত কৈ অধিক কঠোৰ লক ডাউন হ’ব

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ জুন : মহানগৰী গুৱাহাটীৰ ১১ টা ৱাৰ্ডত যোৱা মাৰ্চ মাহত দেশজুৰি ঘোষণা কৰা প্ৰথম পৰ্যায়ৰ লক ডাউনত কৈ অধিক কঠোৰ লক ডাউন হ’ব। ৱাৰ্ড কেইটাত অনিৰ্দিষ্ট কালৰ বাবে লক ডাউন ঘোষণা কৰিলে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। …

সোণাপুৰত কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়া বিশিষ্ট ব্যক্তিক জাফাৰ সম্বৰ্ধনা

গুৱাহাটী, সংবাদ ৩৬৫, ২২জুন : সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়া যুঁজাৰু চিকিৎসা কৰ্মী, আৰক্ষী, সাংবাদিক তথা সমাজ কৰ্মী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে জাফাৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত মহানগৰীৰ সোণাপুৰ আঞ্চলিক …

এগৰাকী মহিলাক প্ৰয়োজন সহায়ৰ

চামগুৰিৰ পৰা নৱজ্যোতি বৰুৱা,  সংবাদ ৩৬৫, ২১ জুন : নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত দক্ষিণ পাটগাঁৱৰ এগৰাকী দুখীয়া মহিলাক প্ৰয়োজন হৈছে সহায়ৰ। ধনৰ অভাৱত মহিলা গৰাকী যোৱা চাৰি মাহ ধৰি কৰিব পৰা নাই চিকিৎসা। চিকিৎসাৰ অভাৱত মহিলা গৰাকী চটফতাই আছে …

চামগুৰিত ষষ্ঠ যোগ দিৱস পালন

চামগুৰিত, সংবাদ ৩৬৫, ২১ জুন : সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হ’ল ষষ্ঠ যোগ দিৱস। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ চামগুৰিৰ সোণাৰীবালিৰ সাৰ্বজনীন দুৰ্গা মন্দিৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় স্বয়ং সেৱকৰ উদ্যোগত যোগ দিৱস পালন। কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য …