বছৰৰ প্ৰায়ভাগ মাহেই পানীৰ তলত থকা নলবাৰীৰ এখন গাঁও

নলবাৰী, সংবাদ ৩৬৫, ২৮ মে’ : নলবাৰী জিলাত আছে পানীৰ তলত ডুবি থকা এখন গাওঁ।বছৰৰ প্ৰায়ভাগ মাহেই পানীৰ তলত থাকে গাঁওখন। স্থানীয় বিধায়ক আৰু সাংসদ দিলীপ শইকীয়াৰ গাঁওখনকলৈ কোনো গুৰুত্ব নথকাৰ অভিযোগ স্থানীয় ৰাইজৰ। ৰাজ্যত এতিয়া চলাইছে বানৰ তাণ্ডৱ। উজনি …

অসমৰ ৰঙালাউ কাৰ্গো বিমানেৰে ডুবাইলৈ ৰপ্তানি আৰম্ভ

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মে’: অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত ৰঙালাউ দখল কৰিব ডুবাইৰ বজাৰ। বৃহস্পতিবাৰৰ পৰা অসমৰ ৰঙালাউ কাৰ্গো বিমান যোগে ডুবাইলৈ ৰপ্তানি প্ৰক্ৰিয়া শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে। ঘৰুৱা বিমান সেৱা পুনৰ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত বৰঝাৰ বিমান বন্দৰত যাত্ৰীসকলৰ …

দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ সিদ্ধান্তক আছুৰ তীব্ৰ বিৰোধিতা

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২৭ মে’ :  আমাজন অফ ইষ্ট’ খ্যাত দিহিং-পাটকাই বৰ্ষাৰণ্য তথা ইয়াৰ অন্তৰ্গত বনাঞ্চল সমূহত কয়লা খননৰ বাবে প্ৰদান কৰা অনুমতিক সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছে। বুধবাৰে ছাত্ৰ সন্থাৰ নিৰ্দেশ ক্ৰমে দিল্লীঘাটত বৰহাট …

বুঢ়াদিয়া নদীয়ে চিঙিলে পুখৰাৰ মাথাউৰি

নলবাৰী, সংবাদ ৩৬৫, ২৭ মে’ : নলবাৰীত বুঢ়াদিয়া নদীয়ে চিঙিলে পুখৰাৰ মাথাউৰি। বৃহস্পতিবাৰে পুৱাৰ ভাগত বুঢ়াদিয়া নদীৰ বাঢ়নী পানীয়ে পুখৰা গাঁৱৰ মাজত মাথাউৰি উটুৱাই নিয়াত পুখৰা শোলমাৰা, দাহুদিকে ধৰি ৪০ খনতকৈও অধিক গাঁও বানত ডুব গৈছে। যোৱা কিছুদিন ধৰি হৈ …

চৰাইদেউ জিলাৰ সাপেখাতী উন্নয়ন খণ্ডৰ অন্তৰ্গত নাহৰপুখুৰী গাওঁ পঞ্চায়তত চৰম দুৰ্নীতিৰ অভিযোগ

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২৭ মে’ : চৰাইদেউ জিলাৰ সাপেখাতী উন্নয়ন খণ্ডৰ অন্তৰ্গত নাহৰপুখুৰী গাওঁ পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ। নাহৰপুখুৰী গাওঁ পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপনেৰে যোৱা ২৬ মে’ তাৰিখে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হয় স্থানীয় ৰাইজৰ। …

বলবলাত ২০ খনতকৈও অধিক গাঁও প্লাবিত

গোৱালপাৰা, সংবাদ ৩৬৫, ২৬ মে’ : গোৱালপাৰা জিলাৰ বলবলাৰ অন্তৰ্গত ২০ খনতকৈও অধিক গাঁও বানৰ পানীত প্লাবিত। বানৰ পানীৰে বাসগৃহ প্লাৱিত কৰি পেলোৱাত ৰাজপথত আশ্ৰয় ল’বলৈ বাধ্য বহু লোক। চৰকাৰ, জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক এ কে ৰোচিদ আলমৰ বিৰুদ্ধে …

ওৰাঙত প্ৰায় ২০ কেজি গাঞ্জাসহ আটক এজন

মাজবাটৰ পৰা যতীন নাথ, সংবাদ ৩৬৫, ২৬ মে’ : ওদালগুৰি জিলাৰ ওৰাঙত সোমবাৰে নিশা ওৰাং আৰক্ষীৰ বিশেষ অভিযান। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ওৰাং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে প্রায় ২০ কেজি ওজনৰ গাঞ্জা। গাঞ্জা সৰবৰাহৰ লগত জড়িত এজন ব্যক্তিও পৰিলে …

চৰাইদেউ জিলাৰ বৰহাটত ৬ জনকৈ আলফা (স্বা)ৰ লিংকমেন আটক

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২৬মে’ : চৰাইদেউ জিলাৰ বৰহাটত ৬ জনকৈ আলফা (স্বা)ৰ লিংকমেন আটক। অসম আৰক্ষীয়ে ভাৰতীয় সেনাৰ সহযোগত এক যুটীয়া অভিযান চলাই আটক কৰে আলফা (স্বা)ৰ লিংকমেন কেইজনক। আটকাধীন যুৱক কেইজন ক্ৰমে বলদেৱ তেলী, ৰমেন ওৰাং, …

শ্ৰমিক ৰে’লত অসমৰ যাত্ৰীৰ দুর্বস্থা

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মে’ : শ্ৰমিক ৰে’লত অসমৰ যাত্ৰীৰ দুর্বস্থা। দুদিন ধৰি বিহাৰত আৱদ্ধ অসম অভিমুখে যাত্রা কৰা শ্ৰমিক ৰে’ল। খোৱা পানী আৰু খাদ্য সংকটত পৰিছে অসমৰ যাত্ৰী সকল। ৰে’লখনত বহু শিশুৰ লগতে গৰ্ভৱতী মহিলা। অসম চৰকাৰক যাত্ৰী সকলৰ …

৪২৭ লৈ বৃদ্ধি ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্তৰ সংখ্যা

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মে’ : ৪২৭ লৈ ৰাজ্যত বৃদ্ধি পালে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্তৰ সংখ্যা। সোমবাৰে পুৱাৰ ভাগতে ৰাজ্যত একেলগে বৃদ্ধি পালে ৩৫ জনকৈ কভিড-১৯ কৰ’ণা ভাইৰাছ আক্রান্ত লোক। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰিছে একেলগে ৩৫ …