২৯ জনলৈ বৃদ্ধি পালে অসমত ভয়ানক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা
গুৱাহাটী, সংবাদ ৩৬৫, ৯ এপ্ৰিল: উত্তৰ পূৱৰ অসমত ২৯ জনলৈ বৃদ্ধি পালে মাৰাত্মক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাত পুনৰ আন এজন লোকৰ দেহত মাৰাত্মক কৰণা ভাইৰাছৰ সন্ধান পোৱা বুলি সামাজিক মাধ্যম যোগে …