শিক্ষামন্ত্রীয়ে প্ৰায় ৪৬ হাজাৰ শিক্ষকক এতিয়াৰে পৰা নিয়মীয়া শিক্ষকৰ সমপৰ্যায়ৰ দৰমহা আৰু সুবিধা দিব বুলি কৰা ঘোষণাৰ ওপৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া
গুৱাহাটী, সংবাদ ৩৬৫, ৯ জুন : অসম চৰকাৰৰ শিক্ষামন্ত্রীয়ে প্ৰায় ৪৬ হাজাৰ শিক্ষকক এতিয়াৰে পৰা নিয়মীয়া শিক্ষকৰ সমপৰ্যায়ৰ দৰমহা আৰু সুবিধা দিব বুলি কৰা ঘোষণাৰ ওপৰত মন্তব্য ৰাখি প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে মঙলবাৰে এক সংবাদমেলত কয় যে, আমি অসম চৰকাৰক …