প্ৰতিবাদত নামিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থা

ডিব্ৰুগড়, সংবাদ ৩৬৫, ৯ ডিচেম্বৰ : ছাত্ৰ সমাজ , দল-সংগঠনৰ পাছতে এইবাৰ প্ৰতিবাদত নামি পৰিছে শিক্ষক সমাজ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰি কেব মানি নোলোৱাৰ হুংকাৰ দিয়ে। সংবাদ মাধ্যমৰ আগত শিক্ষক সংস্থাই কয় ” নাগৰিকত্ব সংশোধনী বিধেয়ক আমি …

লোকসভাত উত্থাপন হ’ল কেব : মুছলমান লোকে নাগৰিকত্বৰ বাবে আবেদন কৰিলে চিন্তা কৰিব ৰাষ্ট্ৰই – অমিত শ্বাহ

গুৱাহাটী, সংবাদ ৩৬৫, ৯ ডিচেম্বৰ : তীব্ৰ প্ৰতিবাদ আৰু বিতৰ্কৰ মাজতে লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক । বিধেয়কখনৰ পক্ষত ২ ভোটদান কৰে ২৯৩ জন সাংসদে আৰু বিপক্ষত ভোট দান কৰে ৮২ জন সাংসদে। বিধেয়কখন উত্থাপন কৰি অমিত শ্বাহে কয় …

নিপন গোস্বামীলৈ জীৱনজোৰা সাধনা বঁটা ৪ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৮ ডিচেম্বৰ : দেওবাৰে সামৰণি পৰিল ৪ ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল । বলীউডৰ বলিষ্ঠ অভিনেতা আমোল পালেকাৰৰ অনবদ্য একক অভিনয়সমৃদ্ধ কুছুৰ – দ্য মিছটেকেৰে সামৰণি পৰিল ৪ ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল। অভিনেতাগৰাকীৰ স্বৰচিত-পৰিচালিত হিন্দী ভাষাৰ ৰহস্যধৰ্মী নাটখনত …

পাছদিনীয়াকৈ উদযাপন কৰা হ’ব বৰপেটা জিলাৰ হৰিপুৰস্থ গোমাফুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান

বৰপেটা, সংবাদ ৩৬৫, ৮ ডিচেম্বৰ : ২০-২৪ ডিচেম্বৰলৈ বৰপেটা জিলাৰ চেঙা শিক্ষা খণ্ডৰ অন্তৰ্গত বংগমূলীয় অসমীয়া মুছলিম অধ্যুষিত গাঁও হৰিপুৰত পালন কৰা হব ১৯১৯ চনত স্থাপিত ৭৪ (১) নং গোমাফুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপন । পাছদিনীয়াকৈ হব লগা এই অনুষ্ঠানৰ …

গুৱাহাটী নিৰ্মাণ হ’ব গুৱাহাটীৰ দীঘল উৰণীয়া সেঁতু

গুৱাহাটী, সংবাদ ৩৬৫, ৮ ডিচেম্বৰ : দিশপুৰৰ পৰা খানাপাৰা অভিমুখী আৰু ছুপাৰ মাৰ্কেটৰ পৰা লাষ্টগে’ট অভিমুখী জি এছ ৰোডৰ ওপৰত নিৰ্মাণ হ’ব গুৱাহাটীৰ আটাইতকৈ দীঘল উৰণীয়া সেঁতু। ১২৭.২০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগীয়া এই উৰণীয়া সেঁতুখন দেওবাৰে শুভাৰম্ভণি …

মেহেৰজাদ পেটেলৰ ‘দ্য ডেভিল ৱেৰছ বাটা’ নাটেৰে জীপাল ৪ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ মঞ্চ

গুৱাহাটী, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : শনিবাৰে মুম্বাইৰ বিশিষ্ট নাট পৰিচালক মেহেৰজাদ পেটেলৰ ৰচনা পৰিচালনাৰে মঞ্চস্থ হোৱা দ্য ডেভিল ৱেৰছ বাটা শীৰ্ষক নাটেৰে জীপাল হৈ পৰিল ৪ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ মঞ্চ। শনিবাৰৰ নাটখনত অভিনয় কৰে ক্ৰমে ডানিছ ইৰাণী, সজীল পৰখ, …

অসমৰ স্বাধীন কৰিবলৈ কেব লাগে বুলি প্ৰতিবাদ এ বি ভি পিৰ : প্ৰতিবাদকাৰীক ভাড়া কৰি আনিছে নেকি এ বি ভি পিয়ে

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : সমগ্ৰ উত্তৰ-পূব কেব বিৰোধী আন্দোলনেৰে উত্তাল হৈ থকাৰ সময়তে শনিবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে কেবৰ সপক্ষেৰে এক আন্দোলন কৰে । পিছে আন্দোলনকাৰীয়ে নাজানে কেব মানে কি ? সাংবাদিকে কিয় প্ৰতিবাদ সাব্যস্ত …

সভা এৰি জংঘলৰ মাজেৰে পলাল মন্ত্ৰী ফণীভূষণ : ৰামেশ্বৰ তেলীকো ঘেৰাও আছু কৰ্মীৰ

বঙাইগাঁও, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ বাবে সভা এৰি পলাব লগা হ’ল যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী। শনিবাৰে আছু, আক্ৰাছু, গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ সদস্য সকলে বঙাইগাঁও জিলাৰ মানিকপুৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি …

মৃত্যুৰ সৈতে যুঁজি যুঁজি হাৰ মানিলে উন্নাৱৰ নিৰ্যাতিতা যুৱতীয়ে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : মৃত্যুৰ লগত হাৰ মানিলে উন্নাৱৰ নিৰ্যাতিতা যুৱতীয়ে । মৃত্যুৰ আগে আগে কৈ গ’ল “মই মৰিব নিবিচাৰো । যিয়ে মোৰ এনে অৱস্থা কৰিছে সিহঁতক ৰেহাই নিদিব।” উল্লেখ কৰিব পাৰি যে উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ ২০১৮ …

তেজেৰে ৰাঙলী হ’ল গোলাঘাটৰ দেৱৰাজ ৰয় কলেজ চৌহদ

গোলাঘাট, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে অসম বিধানসভাৰ চৌহদত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেজেৰে ৰাঙলী কৰাৰ পাছতো এইবাৰ ৰাঙলী হ’ল গোলাঘাটৰ দেৱৰাজ ৰয় কলেজৰ চৌহদ । জয় আই অসম, আমি কেব নামানো আদি শ্লো গান তেজেৰে লিখি …