বৰপেটাত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ কেব বিৰোধী জোৰ সমদল
বৰপেটা, সংবাদ ৩৬৫, ৩ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতাৰে ৰাজ্যৰ চাৰিওফালে এতিয়া কেৱল প্ৰতিবাদৰ আৰু প্ৰতিবাদ । দল-সংগঠনকে ধৰি বাদ পৰি ৰোৱা নাই ছাত্ৰ সমাজো । ৰাজ্যৰ বিভিন্ন প্ৰান্তত জোঁৰ সমদল উলিওৱা হৈছে কেবৰ বিৰোধীতাৰে। বৰপেটা চহৰতো কৃষক মুক্তি …