শীতকালীন অধিবেশনৰ দ্বিতীয় দিনা পিয়াঁজ পিন্ধি প্ৰতিবাদ কংগ্ৰেছী বিধায়কসকলৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ নৱেম্বৰ : প্ৰথম দিনাৰ দৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনাও বিধান সভাৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছী বিধায়কসকলে। এইবাৰ পিয়াঁজৰ আকাশলঙ্ঘী মূল্য বৃদ্ধিৰ কাৰণে ডিঙিত পিয়াঁজৰ মালা পিন্ধি বিজেপি চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছী …

সৰুসজাইত মুকলি জি চি এফ চিৰ ফুটবল স্কুলৰ কেন্দ্ৰ

গুৱাহাটী, সংবাদ ৩৬৫,২৮ নৱেম্বৰ : গুৱাহাটী মহানগৰীত ফুটবল স্কুলৰ প্ৰথমটো কেন্দ্ৰ মুকলি । ইন্টাৰেনচনেল স্কুলৰ সহযোগত আৰম্ভ হয় এই কেন্দ্ৰটোৰ । ইন্টাৰেনচনেল স্কুলৰ সঞ্চালক মামণি ডেকাই নালাপাৰৰ ইন্টাৰেনচনেল স্কুলত আনুষ্ঠানিকভাৱে স্কুলখন উদ্বোধন কৰে । জিচিএফচিয়ে ফুটবল স্কুলৰ কেন্দ্ৰটো তৃণমূল পৰ্যায়ত …

হাতে লুটে ধৰা পৰিল মোবাইল চোৰ

দক্ষিণ শালমাৰা মানকাচৰ, সংবাদ ৩৬৫, ২৮ নৱেম্বৰ : বৃহস্পতিবাৰে পুৱতি নিশা সুখচৰ থানা এলেকাৰ হাজিৰহাটৰ ছোটো বজৰা গাৱঁত দুটা গভাইত মোবাইল চোৰ হাতে লুটে ধৰা পৰে। মোবাইল চুৰি কৰি পলাই যাব লওঁতেই ধৰা পৰে চোৰ দুটা। চোৰ দুটাক ধৰা পেলাই …

বিধানসভাৰ মজিয়াত শুই শুই প্ৰতিবাদ বিধায়কৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ নৱেম্বৰ : শীতকালীন অধিৱেশনৰ প্ৰথমদিনাই উত্তাল বিধানসভাৰ মজিয়া। উল্লেখ্য যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে এন আৰ চি আৰু কেবক লৈ সভা স্থগিত ৰখাৰ প্ৰস্তাৱ দিছিল। কিন্তু ইয়াৰ অনুমতি নিদিলে অধ্যক্ষই যাৰ বাবে …

৬ বছৰ ধৰি এটা পথৰ সলনি সৃষ্টি হৈ আছে পুখুৰীৰ : চকু মুদা কুলিৰ ভাৱত জনপ্ৰতিনিধি

কলগাছিয়া, সংবাদ ৩৬৫, ২৮ নৱেম্বৰ : জৰাজীৰ্ণ পথৰ ফলত জীয়াতো ভুগিবলগীয়া হৈছে জনসাধাৰণ। প্ৰায় ৬ বছৰ ধৰি এটা পথৰ সলনি পুখুৰীৰ সৃষ্টি হৈ আছে এটা পথ । তথাপিও চকু মুদা কুলিৰ ভাৱত শুই আছে জনপ্ৰতিনিধি। কলগাছিয়াৰ পৰা গুনীলগুৰি হৈ বালাগাওঁ …

২০২০ চনৰ ভিতৰত টেট পৰীক্ষা অনুষ্ঠিত কৰিব সংযোগী শিক্ষকৰ বাবে

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ নৱেম্বৰ : প্ৰতিবাদী শিক্ষকসমাজলৈ অৱশেষত চকু মেলি চালে ৰাজ্যৰ শিক্ষা বিভাগে। দীৰ্ঘদিনৰ দাবী প্ৰতিবাদবোৰৰ পাছত মানি ললে শিক্ষা বিভাগে । ২০২০ চনৰ ভিতৰত টেট পৰীক্ষা অনুষ্ঠিত কৰিব সংযোগী শিক্ষকৰ বাবে । এই সন্দৰ্ভত ১৫ ডিচেম্বৰৰ ভিতৰত …

ইছৰ’ৰ আন এক অভিযান : সফল উৎক্ষেপণক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ নৱেম্বৰ : চন্দ্ৰযান ২ ৰ পিছতে ইছৰ’ৰ আন এক অভিযান। ২৭ নৱেম্বৰ পুৱা ৯. ২৮ বজাত ইছৰ’ই শ্ৰীহৰিকটোৰ পৰা পিএছএলভি-চি৪৭ ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰে কাৰ্টোচেট-৩ আৰু আমেৰিকাৰ ১৩টা বানিজ্যিক নেন’ উপগ্ৰহ। কাৰ্টোছেট-৩ এক কাৰ্টোগ্ৰাফি বা …

অসমত নিষিদ্ধ হ’ল গুটখা, পাণ মছলা আদি ধপাত আৰু নিকটিনজাতীয় সামগ্ৰী

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ নৱেম্বৰ : ৰাজ্যত নিষিদ্ধ হ’ল ধপাত আৰু নিকটিনজাতীয় সামগ্ৰী । এতিয়াৰে ৰাজ্যত নাপাব কোনোধৰণৰ এনে সামগ্ৰী। জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই পদক্ষেপ গ্ৰহণ কৰিছে খাদ্য সুৰক্ষা বিভাগে । ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে এবছৰৰ বাবে …

চিকিৎসালত ভৰ্তি বদৰুদ্দিন আজমল : পূৰ্বতকৈ উন্নত হৈছে স্বাস্থ্যৰ অৱস্থা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬ নৱেম্বৰ : চিকিৎসালয়ত ভৰ্তি এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমল। হোজাইৰ হাম চিকিৎসালয়ত জ্বৰ, মধুমেহ আৰু শ্বাস–প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে এ আই ইউ ডি এফৰ নেতাগৰাকী। যোৱা দেওবাৰেই হাস্পতালত ভৰ্তি …

অভিশপ্ত মুম্বাই আক্ৰমণৰ আজি সম্পূৰ্ণ ১১টা বছৰ

মুম্বাই, ২৬ নৱেম্বৰ, সংবাদ ৩৬৫: আজি ২৬/১১। ১১টা বছৰ সম্পূৰ্ণ কৰিলে অভিশপ্ত মুম্বাই আক্ৰমণৰ। এই কলা দিনটো দেশবাসীয়ে আজিও পাহৰিব পৰা নাই। আজিৰ দিনটোতেই অৰ্থাৎ ২০০৮ চনৰ ২৬ নৱেম্বৰৰ দিনা মুম্বাইৰ কেবাটাও স্থানত সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ দহটা সন্ত্রাসবাদীয়ে চলোৱা নিৰ্বিচাৰ …