২৬ সংখ্যক ইণ্টাৰনেশ্যনেল গুৱাহাটী ট্ৰেড ফেয়াৰ : ট্ৰেড ফেয়াৰলৈ যাওঁক আৰু লৈ আহক নগদ ১ লাখ টকাৰ পুৰস্কাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ : ২৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ২৬ সংখ্যক ইণ্টাৰনেশ্যনেল গুৱাহাটী ট্ৰেড ফেয়াৰ । এইবাৰ ইণ্টাৰনেশ্যনেল গুৱাহাটী ট্ৰেড ফেয়াৰৰ ব্ৰেণ্ড এম্বেচাদৰ অভিনেত্ৰী তথা সামাজিক কৰ্মী বৰষাৰাণী বিষয়া । ইণ্ডাষ্ট্ৰী এণ্ড ট্ৰেড ফেয়াৰ এছ’চিয়েচন অফ আচামে জয়া …

ইমৰান খানৰ স্বীকাৰোক্তি : পাকিস্তানত দিয়া হৈছিল জেহাদীৰ প্ৰশিক্ষণ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ : পাকিস্তান চৰকাৰে সন্ত্ৰাসবাদী সংগঠনক প্ৰশিক্ষণ দিছিল আৰু প্ৰশিক্ষণ দিয়াৰ নামত খৰছ কৰিছিল প্ৰায় ৭ লাখ কোটি টকা । বিশ্বৰ বিভিন্ন দেশৰ অভিযোগ সত্য প্ৰমাণিত কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে স্বীকাৰ কৰিলে পাকিস্তানত জেহাদীক …

তাজিয়া কাণ্ডৰ পিছতেই ডিব্ৰুগড় আৰক্ষী অধীক্ষকক বদলি

ডিব্ৰুগড়, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ : তাজিয়া কাণ্ডৰ পাছতেই ডিব্ৰুগড় আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে । ১৩ ছেপ্টেম্বৰত এই সন্দৰ্ভত গৃহ বিভাগে জাৰি কৰিছে জাননী। আৰক্ষী অধীক্ষক শুভাসিনী শংকৰণৰ সলনি নতুন অধীক্ষক ৰূপে নিযুক্তি দিয়া হৈছে এ পি এছ বিষয়া …

বন্ধ হ’ব বিছলেৰী ব্ৰেণ্ডৰ পানী : ১ মাহৰ ভিতৰত উন্নত পৰিমাণৰ পানী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ খাদ্য সুৰক্ষা বিভাগে

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ : অসমত বিছলেৰী ব্ৰেণ্ডৰ পানী বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিলে খাদ্য সুৰক্ষা বিভাগে। উল্লেখযোগ্য যে ৬ এপ্ৰিলত বিছলেৰী পানীৰ নমুনা সংগ্ৰহ কৰিছিল খাদ্য সুৰক্ষা বিভাগটোৱে । নমুনা সংগ্ৰহ কৰা পানীত যথেষ্ট পৰিমাণৰ অনুপযোগী ফ্লৰাইড পোৱা …

গছ গজিছে আমাজনত : পুনৰ এখন সেউজীয়া আমাজনৰ আশাৰে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ : পৃথিৱীৰ হাওঁফাওঁ আমাজন, য’ত উৎপন্ন হয় পৃথিৱীৰ প্ৰায় বিশ শতাংশ অক্সিজেন। আমাজন নদীৰ অৱবাহিকাৰ প্ৰায় ৫০ লাখ বৰ্গ কিলোমিটাৰ ঘন বৰ্ষাৰণ্য । য’ত আছিল বিশ্বৰ অধিক সংখ্যক বন ভূমি অঞ্চল, বাস কৰিছিল বিশ্বৰ প্ৰায় পাঁচ …

এটি ১২ বছৰীয়া কিশোৰৰ কঠোৰ জীৱন সংগ্ৰাম

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ : এটি ১২ বছৰীয়া কিশোৰ । কিশোৰটিৰ বয়স এতিয়া বিদ্যালয়লৈ যোৱা, লগৰ সমনীয়াৰ লগত খেলা-ধূলা কৰা । কিন্তু এই বয়সত কিশোৰটোৱে পঢ়া-শুনাৰ লগতে দুবেলা দুমুঠিৰ যোগাৰ কৰাত ব্যস্ত হৈ পৰিছে । কচু, ঢেঁকীয়া, ঔ …

মুক্তিৰ বাবে সাজু হৈছে বুল বুল কেন ছিং

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ : ২০ ছেপ্তেম্বৰত ৰাজ্যজুৰি মুক্তি লাভ কৰিব ৰীমা দাসৰ নতুন অসমীয়া ছবি বুল বুল কেন ছিং । বুল বুল কেন ছিং আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয়খন চলচ্চিত্ৰ। বুল বুল কেন ছিঙে বিভিন্ন ৰাষ্ট্ৰীয় …

বৰঝাৰ বিমানবন্দৰৰ ভি আই পিত এজন লোকৰ পৰা দিনদুপৰতে লুতিলে ৩ লাখকৈ টকা

গুৱাহাটী, সংবাদ ৩৬৬, ১২ ছেপ্টেম্বৰ : মহানগৰ আৰক্ষীৰ ফোপোলা স্বৰূপ উদঙাই অলিয়ে-গলিয়ে প্ৰতিদিনে সংঘটিত হৈ আহিছে দিনডকাইটিৰ ঘটনা । এইবাৰ বৰঝাৰ বিমানবন্দৰৰ সমীপত সংঘটিত হ’ল দিনডকাইতিৰ ঘটনা । বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা । বৰঝাৰ আৰক্ষী চকীৰ কাষতে এয়াৰপোৰ্ট শাখাৰ …

মহৰমৰ দিনা ডিব্ৰুগড়ৰ ৰাজপথত উদ্ভণ্ডালি : দুজনক আটক

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১২ ছেপ্টেম্বৰ : ডিব্ৰুগড়ত মহৰমৰ তাজিয়া সমদল উলিওৱাৰ নামত ৰাজপথত তাণ্ডৱ সৃষ্টি কৰা আন এজন যুৱকক আটক ডিব্ৰুগড় আৰক্ষীৰ । উল্লেখযোগ্য যে মঙলবাৰে অৰ্থাৎ মহৰমৰ দিনা ডিব্ৰুগড়ৰ ৰাজপথত তাজিয়া প্ৰদৰ্শনৰ নামত ভাঙি চূৰ্ণ–বিচূৰ্ণ কৰিছিল দুখনকৈ বাহনৰ …

ওদালগুৰিৰ ভূটান সীমান্তত লাডেনৰ আক্ৰমণত আহত ৩ জন : লণ্ডভণ্ড ১১টাৰো অধিক গৃহ

ওদালগুৰি, সংবাদ ৩৬৫, ১২ ছেপ্টেম্বৰ : অসম চৰকাৰ-বিটিচি চৰকাৰৰ বনবিভাগৰ অৱহেলাৰ বাবে ভূটান সীমান্তত বন্যহস্তীৰ আক্ৰমনত সপ্তাহত গঢ়ে দুজনকৈ লোক মৃত্যুমুখত পৰাৰ লগতে শতাধিক আবাসগৃহ লণ্ডভণ্ড কৰি আহিছে৷ অঞ্চলটোত লাডেন হিচাপে পৰিচিত বলীয়া হোৱা এটা বন্যহস্তীয়ে ওদালগুৰি জিলাৰ ভূটান সীমান্তত …