মৰিয়নীৰ খৰিকটীয়াত দুই যুৱকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ নৱেম্বৰ : সোমবাৰে পুৱা মৰিয়নীৰ খৰিকটীয়াত দুটা মৃতদেহ উদ্ধাৰ হয়। ধোদৰ আলিৰ চৈকতা সংযোগী পথৰ ওপৰত থকা খৰিকটীয়া দলঙৰ তলৰ পানী যুঁৱলিত এখন মটৰ চাইকেলসহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে দুটা যুৱকৰ মৃতদেহ। এই ঘটনাৰ সন্দৰ্ভত …

অইল ইণ্ডিয়া স্কুল নেচনেল ভলীবল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে অসমৰ দল ৰাওনা

গুৱাহাটী, সংবাদ ৩৬৫, ১০ নৱেম্বৰ : অহা ১৩ নৱেম্বৰত মধ্যপ্ৰদেশৰ বিদিশাত অনুষ্ঠিত হ’ব অল ইণ্ডিয়া স্কুল নেচনেল ভলীবল চেম্পিয়নশ্বিপ-২০১৯ । ইয়াত অংশগ্ৰহণ কৰিব অসমৰ ১৪জনীয়া দল আন্দাৰ-১৯ মেনেজাৰ জলটি ৰাম কাকতি আৰু কোচ দেৱজিৎ ডেকাৰ পুৰুষৰ দল। দেওবাৰে পুৱা অসমৰ …

মহানগৰীত ইছলাম ধৰ্মাৱলম্বী লোকৰ জুলুছে মহম্মদ

গুৱাহাটী, সংবাদ ৩৬৫, ১০ নৱেম্বৰ : প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটী মহানগৰীত অঞ্জুমন ইছলামীয়াৰ উদ্যোগত হজৰত মহম্মদৰ জন্ম জয়ন্তী উপলক্ষে এক শুভযাত্ৰা উলিওৱা হয়। ইছলাম ধৰ্মালম্বী লোকসকলৰ এই জুলুছে মহম্মদত শতাধিক লোকে অংশগ্ৰহণ কৰে। ৰাইজৰ মাজত হজৰত মহম্মদৰ নীতি আৰু আদৰ্শৰ …

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্য্যালয়ত পুষ্পাঞ্জলি তৰ্পণ কার্যসূচী

গুৱাহাটী, সংবাদ ৩৬৫,১০ নৱেম্বৰ : দেওবাৰে গুৱাহাটীৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্য্যালয় ‘কেশৱ ধাম’ত “দত্তোপন্ত ঠেংগড়ী” জীৰ জন্মশতবাৰ্ষিকী সমাৰোহ উদযাপন সমিতিৰ এক পুষ্পাঞ্জলি তৰ্পণ কার্যসূচী অনুষ্ঠিত হয়। অখিল ভাৰতীয় সহ-সম্পর্ক প্ৰমুখ তথা মুখ্য অতিথি শ্ৰী সুনীল দেশপাণ্ডে বন্তি প্ৰজ্জলন কৰি …

উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত চলোৱা ধ্বংস যজ্ঞৰ বিৰুদ্ধে প্ৰতিবাদ সচেতন ৰাইজৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১০ নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ ভৰলুমুখৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ শংকৰদেৱ উদ্যানত দেওবাৰে সমবেত হয় গুৱাহাটীৰ বয়োজ্যেষ্ঠ নাগৰিক, ছাত্ৰ সমাজ আৰু বিভিন্ন ব্যক্তি, দল-সংগঠনৰ শতাধিক লোক । সমবেত স্থানত লোকসকলে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত …

সম্পূৰ্ণ ৭ বছৰৰ অন্তত ৰাজ্যত অনুষ্ঠিত টেট পৰীক্ষা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ নৱেম্বৰ : সম্পূৰ্ণ ৭ বছৰৰ পাছত অন্তত ৰাজ্যত দেওবাৰে পুনৰ অনুষ্ঠিত হৈছে টেট পৰীক্ষা। এই পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ ৩ লাখ ৯৬ হাজাৰ ৫৬১ গৰাকী প্ৰাৰ্থী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ৫৮৭ টা কেন্দ্ৰত অনুষ্ঠিত …

ফেনীৰ পিছত এইবাৰ অসমত ‘বুলবুল’ৰ প্ৰভাৱ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ নৱেম্বৰ : ফেনীৰ পিছত বংগোপসাগৰক এইবাৰ আন এক ঘূৰ্ণীবতাহে অশান্ত কৰি তুলিছে যাৰ প্ৰভাৱ কিছুপৰিমাণে হ’লেও অসমত পৰিছে। বতৰ বিজ্ঞানীয়ে ‘বুলবুল’ নাম দিয়া এই ঘূৰ্ণীবতাহৰ ফলত উত্তৰ-পূৱত অৰ্থাৎ অসম, মেঘালয়, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত …

ৰাজহাড়ৰ মজ্জা সংৰোপনেৰে অসমৰ ৩০ ৰো অধিক শিশুক নতুন জীৱন প্ৰদান : নাৰায়ণা হেল্থ চিটিত সংৰোপন হ’ল ১২০০ ৰো অধিক ব’ন মেৰো

গুৱাহাটী, সংবাদ ৩৬৫, ৯ অক্টোবৰ : ব’ন মেৰো বা মেৰুদণ্ডৰ মজ্জা সংৰোপন হৈছে বহু জীৱন বিনাশী ৰোগৰ জন্ম দিব পৰা বিভিন্ন কৰ্কট ৰোগ আৰু অনা-কৰ্কট ৰোগৰ সমস্যাৰ সাম্ভাব্য প্ৰতিকাৰ বিকল্প প্ৰদান কৰা এক অনবদ্য চিকিৎসা। লিউক’মিয়া বা তেজৰ কৰ্কট ৰোগ, …

অযোধ্যা বিবাদমান গোচৰৰ ৰায়ক লৈ সন্তুষ্ট নহয় মুছলমান পক্ষ : ৰায়দানৰ পিছতেই সংবাদমেল মুছলমান পক্ষৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ :শনিবাৰে পুৱা ১০.৩০ বজাত ৰায়দান কৰা হয় অযোধ্যা বিবাদমান গোচৰৰ। ৰায়দান অনুসৰি অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ কৰা হ’ব ৰাম মন্দিৰ। মুছলমানসকলক দিয়া হ’ব অন্য ভূমি। উক্ত ৰায়দানৰ পিছতেই বিভিন্ন পক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাৰো …

অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ হ’ব ৰাম মন্দিৰ : মুছলমানক দিয়া হ’ব অন্য ভূমি

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ নৱেম্বৰ : শনিবাৰে ৪০ দিনীয়া শুনানি গ্ৰহণৰ অন্তত উচ্চতম ন্যায়ালয়ে অযোধ্যা বিবাদমান গোচৰৰ ৰায় প্ৰদান কৰে । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন ৫জনীয়া বিচাৰপীঠে প্ৰদান কৰে এই ৰায়। অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ হ’ব ৰাম মন্দিৰ। …