জনীয়াত তৃণমূল কংগ্ৰেছৰ উদ্যোগত নামনি অসম ভিত্তিত গান্ধীজয়ন্তী উৎযাপনৰ প্ৰস্তুতি : মুখ্য অতিথি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

জনীয়া, সংবাদ ৩৬৫, ৪ ছেপ্টেম্বৰ : আগন্তুক ২ অক্টোবৰত বৰপেটা জিলাৰ অন্তৰ্গত জনীয়াত উদযাপিত হ’ব নামনি অসম ভিত্তিত গান্ধী জয়ন্তী। এই ঘোষনা তৃণমূল কংগ্ৰেছ, জনীয়া আঞ্চলিক কমিটিৰ। যোৱা মঙ্গলবাৰে এই সন্দৰ্ভত জনীয়া ভি আই পি হোটেলত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত …

মিৰ্জাত ই.পি. মিডিয়া ফ’ৰাম চাউথ কামৰূপৰ অষ্টম প্ৰতিষ্ঠা দিৱস

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৪ ছেপ্টেম্বৰ : দক্ষিণ কামৰূপত বৈদ্যুতিক আৰু ছপা মাধ্যমৰ উমৈহতীয়া সংগঠন চমুকৈ ই.পি. মিডিয়া ফ’ৰামৰ ৪ ছেপ্টেম্বৰ অৰ্থাৎ বুধবাৰে অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস । বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ই.পি. মিডিয়া ফ’ৰামৰ সভাপতিয়ে পুৱাৰ ভাগতে ই.পি. …

কলগাছিয়াৰ কাউৰজাহীত জৰাজীৰ্ণ ৰাস্তাই যমৰ যাতনা ভোগাইছে ৰাইজক : জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত চাৰিখনকৈ গাঁৱৰ ৰাইজ

কলগাছিয়া, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ : অসমৰ জৰাজীৰ্ণ পথ কোনো নতুন বিষয় হৈ থকা নাই । জৰাজীৰ্ণ পথৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হয় ৰাইজে । বৰপেটা জিলাৰ কলগাছিয়াৰ বিভিন্ন অঞ্চলৰ বাট-পথৰ দুৰৱস্থাৰ বাতৰি ধাৰাসাৰভাৱে পৰিবেশন কৰি অহা হৈছে যদিও কোনো ধৰণৰ …

কলগাছিয়াৰ বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি : আন্দোলনৰ হুংকাৰ

কলগাছিয়া, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত ইউনাইটেড এণ্টাৰপ্ৰাইজ নামৰ এটি বেচৰকাৰী সংস্থাৰ অধীনত চলা কলগাছিয়া বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰত কৰ্মৰত ৩৫ জন মিটাৰ ৰিডাৰে ৭-৮ মাহে অনাদায় থকা …

কলগাছিয়াত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন

কলগাছিয়া, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ : কলগাছিয়াৰ ছনপুৰা হাজী পাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত বাংগালোৰৰ আল আমিন ইডুকেশ্বন ছোছাইটীৰ উদ্যোগত আৰু কলগাছিয়া আল আমিন ন্যাস পূজিৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত এলেকাটোৰ বিভিন্ন ৰোগত আক্ৰান্ত …

নিৰ্মানৰ ৩ মাহ পিছতেই জহি-খহি গল কলগাছিয়া-মাজেৰ চৰ সংযোগী পথ : তদন্ত কৰি পুনৰ নিৰ্মাণৰ দাবী ৰাইজৰ

বৰপেটা, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ সৰভোগ গ্ৰাম্য পথ উপ-সংমণ্ডলৰ তথা কলগাছিয়া শাখাৰ অন্তৰ্গত এটা পথ নিৰ্মাণৰ তিনিমাহ পিছতেই জহি-খহি গৈ যাতায়াতৰ ক্ষেত্ৰত অচল হৈ পৰিছে। উক্ত পথটো হৈছে কলগাছিয়া ষ্টেট বেংক শাখাৰ পৰা মাজৰ চৰলৈ যোৱা গড়কাপ্তানী …

২০২২ৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ যুটীয়া প্ৰাথমিক যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডৰ ভাৰত আৰু ওমানৰ মাজত হাইভ’ল্টেজ মেচ সৰুসজাই ষ্টেডিয়ামত

গুৱাহাটী, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ : ২০২২ চনত কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ যুটীয়া প্ৰাথমিক যোগ্যতা নিৰ্ণয়কাৰী ৰাউণ্ডৰ ভাৰত আৰু ওমানৰ মাজৰ মেচখন অহা ৫ ছেপ্টেম্বৰত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই হাইভ’ল্টেজ মেচখনৰ বাবে ভাৰত আৰু …

“অবৈধ বিদেশীৰ সংখ্যা বঢ়াবৰ বাবেই খিলঞ্জীয়া লোকৰ নাম অন্তৰ্ভূক্ত কৰা হ’ল নাগৰিকপঞ্জীত” – সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ

গুৱাহাটী, সংবাদ ৩৬৫, ২ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকলৈ তীব্ৰ অসন্তুষ্টি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ । সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি পৰিষদে কয় যে অসমৰ খিলঞ্জীয়া ৰাইজৰ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে যেনেদৰে আশাৰ বতৰা কঢ়িয়াই আনিব বুলি ভবা হৈছিল তেনেদৰে …

দেৱেন দত্তৰ হত্যাকাণ্ডৰ বাবে জি এম চি এইচৰ চিকিৎসকৰ ২৪ ঘণ্টাজোৰা প্ৰতিবাদ : চৰকাৰে কিয় সুৰক্ষা প্ৰদান কৰিব পৰা নাই চিকিৎসকক

গুৱাহাটী, সংবাদ ৩৬৫, ২ ছেপ্টেম্বৰ : জে এম চি এইচত চিকিৎসকৰ ২৪ ঘন্টাজোৰা প্ৰতিবাদ । বন্ধ চিকিৎসালয়খনৰ অ পি ডি । চিকিৎসা নাপাই উভতি গৈছে ৰোগী । টীয়ক চাহ বাগিচাত ৩১ আগষ্টত বয়োজ্যেষ্ঠ চিকিৎসক দেবেন দত্তক নিৰ্মমভাৱে হত্যা কৰাৰ বাবে …

মাণিক চন্দ্ৰ বৰুৱা সোঁৱৰণি ৰাষ্ট্ৰীয় তৰ্ক প্ৰতিযোগিতাৰ আয়োজন

গুৱাহাটীৰ, সংবাদ ৩৬৫, ১ ছেপ্টেম্বৰ : কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ দ্বাৰা আয়োজিত মাণিক চন্দ্ৰ বৰুৱা সোঁৱৰণি ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতা খনি প্ৰতি প্ৰতি বছৰৰ দৰে এইবাৰো ৭ ছেপ্টেম্বৰ(শনিবাৰে) আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে জৱাহৰলাল …