মধ্যাহ্ন ভোজন এন জি অ’ৰ হাতলৈ হস্তান্তৰ কৰাৰ বাবে ৰৌতাত উত্তাল প্ৰতিবাদ
নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ নৱেম্বৰ : অসমৰ বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজন প্ৰস্তুত কৰাৰ দায়িত্ব এন জি অ’ক প্ৰদান কৰাৰ ফলত কৰ্মহীন হৈ পৰিল লাখ লাখ কৰ্মচাৰী। যাৰ প্ৰতিবাদ স্বৰূপে শুকুৰবাৰে প্ৰায় পাঁচ শতাধিক ৰন্ধন কৰ্মী আৰু সহায়িকাই ওৰাংৰ ৰৌতাৰ পৰাশ …