বৰপেটাৰ চৰাঞ্চলত ভাৰতীয় সেনাৰ স্বাস্থ্য শিবিৰ

বৰপেটা, সংবাদ ৩৬৫, ২ অক্টোবৰ: ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিছনৰ উদ্যোগত বৰপেটা জিলাৰ চৰাঞ্চলত অনুষ্ঠিত হয় এক বিশাল স্বাস্থ্য শিবিৰ। সেনাৰ সদ্ভাৱনা কাৰ্যসূচীৰ অংশ স্বৰূপে জিলাখনৰ বহৰিৰ নিকটৱৰ্তী গোমাফুলবাৰী চিনিয়ৰ মাদ্ৰাছা প্ৰাংগণত অনুষ্ঠিত হয় এই কাৰ্যসূচী। তাৰাবাৰী চৰ, বালাপাৰা চৰ, …

নিৰাপদ বুলি ভাবি অহা চিজাৰিয়ান প্ৰসৱ ভয়াৱহ হ’ব পাৰে মাতৃ-শিশুৰ বাবে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২ অক্টোবৰ : শিশু আৰু মাক দুয়োৰে স্বাৰ্থৰ বাবে সুৰক্ষিত বুলি ভাবি চিজাৰিয়ান কৰা হয়। পিছে চিজাৰিয়ান প্ৰসৱে ক্ষতি কৰে মাতৃ-শিশুৰ । জটিল প্ৰৰিস্থিতিত ছিজেৰিয়ান ডেলিভাৰী আৰ্থাৎ অস্ত্ৰোপচাৰৰ জৰিয়তে গৰ্ভৱতী মহিলা অথবা গৰ্ভস্থ সন্তানৰ প্ৰাণৰক্ষা কৰা …

জাতিৰ পিতাক সোঁৱৰণ সমগ্ৰ দেশবাসীৰ : গান্ধী মণ্ডপত উদ্ধোধন গান্ধী উদ্যান

গুৱাহাটী, সংবাদ ৩৬৫, ২ অক্টোবৰ : গান্ধী জয়ন্তী ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। ২ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম হৈছিল । সেয়ে সমগ্ৰ ভাৰততে ২ অক্টোবৰৰ দিনটো জাতিৰ পিতাক সুঁৱৰি গান্ধী জয়ন্তী হিচাপে পালন …

পুনৰ বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ মূল্য

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ অক্টোবৰ : পিয়াঁজৰ পাছতেই এইবাৰ পঢ়িলা অক্টোবৰতে বাঢ়িল ৰন্ধন গেছৰ মূল্য। বিগত মাহত ৰাজসাহাৰ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১৫.৫০টকা বৃদ্ধি কৰিছিল। ইয়াৰ পিছত এইমাহত ৰন্ধন গেছৰ মূল্য আকৌ এবাৰ বাঢ়িল। মঙলবাৰে ৰেট সলনি হোৱাৰ পিছত ঘৰুৱা …

গুৱাহাটীত ‘মুওভাৰ’ সৰবৰাহ এপ্‌ৰ শুভাৰম্ভ

গুৱাহাটী, সংবাদ ৩৬৫, ১ অক্টোবৰ : পৰম্পৰাগত যাতায়ত আৰু সৰবৰাহ ব্যৱস্থাৰ পৰা এখোজ আগবাঢ়ি, ম’বাইল ফোন ভিত্তিক এটি সৰবৰাহ এপ ‘মুওভাৰ’ৰ ৩০ছেপ্তেম্বৰ, ২০১৯ তাৰিখে আমবাৰী, গুৱাহটীস্থিত নেষ্টত শুভাৰম্ভ কৰা হয়। গায়িকা, মডেল আৰু অভিনেত্ৰী অৰুন্ধতী বৰাই এপ্ টোৰ শুভাৰম্ভ কৰাৰ …

ভলীবলৰ জৰিয়তে স্বচ্ছ, সেউজ আৰু সবল গাঁও অভিযানৰ শুভাৰম্ভণী

গুৱাহাটী, সংবাদ ৩৬৫, ১ অক্টোবৰ : মঙলবাৰে মহানগৰীৰ জজ্ খেলপথাৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত স্বচ্ছ, সেউজ আৰু সবল গাঁও অভিযানৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ভলীবলৰ জৰিয়তে প্লাষ্টিকমুক্ত কৰাৰ বাবে সংকল্প লোৱাৰ …

দূৰ্গা পূজাত বিধি-পথালি দিব পাৰে বতৰে

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : দূৰ্গা পূজাত বিধি-পথালি দিব পাৰে বতৰে ! বিগত দুই-তিনিদিন ধৰি অসমৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত বৰষুণ অব্যাহত আছে । বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পুজামণ্ডপ সমুহ নিৰ্মান কৰাত অসুবিধাৰ সন্মুখীন হৈ আছে । এই …

প্লাষ্টিকৰ বটলৰ সলনি এইবাৰ বজাৰত বাঁহৰ বটল

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : এই প্ৰদূষণৰ এটা কাৰণ প্লাষ্টিক আৱৰ্জনা। বিশ্বত সৃষ্টি হোৱা সকলো প্ৰকাৰৰ আৱৰ্জনাৰ দহ শতাংশ প্লাষ্টিক আৱৰ্জনা। যাৰ ফলত প্ৰতি বছৰে প্ৰায় এশ মিলিয়ন সাগৰীয় জীৱৰ মৃত‍্যু হয়। এই প্লাষ্টিক জাতীয় পেলনীয়া সামগ্রীবোৰৰ বাবে …

শ্বোলে’ বোলছবিৰ কালিয়া আৰু নাই

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : বলীউদৰ জনপ্ৰিয় অভিনেতা বিজু খোটেৰ দেহাৱসান। দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাত ভুগি আছিল অভিনেতাগৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। উল্লেখযোগ্য যে শ্বোলে’ৰ কালিয়া চৰিত্ৰৰ অভিনয়ৰ বাবে জনপ্ৰিয় হৈ পৰিছিল অভিনেতা বিজু খোটে …

ৰীমা দাসলৈ শ্রেষ্ঠ পৰিচালকৰ বঁটা : “বুলবুল কেন ছিং”ৰ বাবে এই সন্মান লাভ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : জাগৰণ ছবি মহোৎসৱত ৰীমা দাসলৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। “বুলবুল কেন ছিং” ছবিখনৰ বাবে লাভ কৰে এই সন্মান। বিগত বৰ্ষত জাগৰণ ছবি মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল ৰীমা দাসৰ ” ভিলেজ ৰকষ্টাৰ্ছে ” …