২৩.৯০ টকাত পিয়াঁজ বিক্ৰীৰ সিদ্ধান্ত দিল্লী চৰকাৰৰ
নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত বৰ্দ্ধিত হাৰত বাঢ়িছিল পিয়াঁজৰ দাম। প্ৰতি কেজিত ৫ টকাকৈ বাঢ়ি বৰ্তমান পিয়াঁজৰ দামে চুইছেগৈ ৮০ ৰ ঘৰ। পিয়াঁজৰ বৰ্দ্ধিত মূল্যৰ মাজতে শনিবাৰে দিল্লীৰ কেজৰিৱাল চৰকাৰে প্ৰতি কিলোগ্ৰাম …