৭ লাখ ৪৯ হাজাৰ টকাত বিক্ৰী এটা মাছ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৭ ছেপ্টেম্বৰ : মাছ বিক্ৰী কৰিয়েই এদিনৰ ভিতৰতে মাছমৰীয়া হৈ পৰিল লাখপতি । এটা মাছৰ দাম কিমান হ’ব? খুব বেছি হ’ব হাজাৰৰ ঘৰত । কিন্তু হাজাৰক চেৰ পেলাই লাখৰ ঘৰ চুইছেগৈ মাত্ৰ এটা মাছে । এই …

আজি দেশৰ ৬ খন মহানগৰীত মুক্তি লাভ কৰিব বুলবুল কেন ছিঙে

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ ফেব্ৰুৱাৰী : অসমীয়া বোলছবি“কাঞ্চনজংঘা”ৰ মুক্তিৰ পাছত দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰাৰ পাছতে শেহতীয়াকৈ মুক্তি লাভ কৰা ৰীমা দাসৰ বুলবুল কেন সিঙেও দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয়খন চলচ্চিত্ৰ বুলবুল …

ক্ষেত্ৰীৰ কেন্দুবামত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন

ক্ষেত্ৰী, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ : বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় ৫.৩০ মান বজাত মহানগৰীৰ ক্ষেত্ৰীৰ কেন্দুবামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। পথত ৰৈ থকা এখন ট্ৰাকত তীব্ৰ জোৰেৰে খুন্দা মাৰে এখন টুৰিষ্ট টেক্সি চুইফট ডিজায়াৰে । দুৰ্ঘটনাটোত …

মৰঙীত ভয়াৱহ পথ দুৰ্ঘটনা : অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু তিনি আৱকাৰী বিষয়া

গোলাঘাট, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ : ক্ৰমান্বয়ে ইটোৰ পাছত সিটোকৈ বাঢ়ি আহিছে পথ দুৰ্ঘটনা । ডিমৌত অলপতে হৈ যোৱা দুটা ভয়াৱহ দুৰ্ঘটনাৰ পিছত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে তিনি আৱকাৰী বিষয়াৰ। প্ৰাপ্ত খবৰ অনুসৰি এক বিশেষ অভিযানৰ …

বেলুচীৰ স্বাধীনতা সংগ্ৰামৰ বাবে ভাৰতৰ সহযোগিতাৰ আহ্বান

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : সাত দশক ধৰি পাকিস্তানৰ দখলৰ পৰা মুক্ত হবলৈ বেলুচী সকলৰ সংগ্ৰামৰ প্ৰতি ভাৰতীয় জনগণ আৰু চৰকাৰৰ সহায় সহযোগিতা বিচাৰিছে বেলুচ স্বাধীনতা সংগ্ৰামী নেতা হায়াৰ বায়াৰ মাৰীয়ে। গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিক সকলৰ সৈতে বুধবাৰে এক …

নিৰ্বাচনী আয়োগত অভিযোগ দাখিল কংগ্ৰেছৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : ইতিমধ্যে ঘোষণা কৰা হৈছে উপ-নিৰ্বাচনৰ তাৰিখ । তাৰিখ ঘোষণা হোৱাৰ লগে লগে জাৰি কৰা হৈছে নিৰ্বাচনী আচৰণ বিধি । কিন্তু শাসকীয় দল অৰ্থাৎ বিজেপি চৰকাৰে নিৰ্বাচনী আচৰণ বধি উলংঘন কৰাৰ অভিযোগ বিৰোধী দল কংগ্ৰেছৰ। …

কিয় দাম বাঢ়িছে পিয়াঁজৰ ?

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত দাম বাঢ়িছে পিয়াঁজৰ। ৫ থকাকৈ বাঢ়ি আছে প্ৰতি কেজি পিয়াঁজৰ দাম । বৰ্তমান প্ৰতি কেজি পিয়াঁজৰ দাম চুইছেগৈ ৮০ ৰ ঘৰ। নেশ্যনেল এগ্ৰিকালচাৰেল কো অপাৰেটিভ মাৰ্কেটিভ ফেডাৰেশ্বন …

ডিমৌৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ংকৰ দুৰ্ঘটনা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ :সোমবাৰে ডিমৌত সংঘটিত হৈ যোৱা ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে পুনৰ এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় ডিমৌৰ ৰাজমাইত । এখন দ্ৰুত গতিত আহি থকা ট্ৰাকৰ খুন্দাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নলাত পৰে টাটা টিগ’ৰ নামৰ বাহনখন …

চৰকাৰেও গুৰুত্ব দিয়া নাই এগৰাকী প্ৰতিভাৱান খেলুৱৈক : অকালতে হেৰাই যাব নেকি এটা প্ৰতিভা ?

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : প্ৰয়োজনীয় টকাৰ অভাৱৰ বাবে ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ পাছতো অৱহেলিত হৈ ৰৈছে এগৰাকী প্ৰতিভাৱান অসম কন্যা। চৰকাৰেও গুৰুত্ব দিয়া নাই এই গৰাকী অসম কন্যাৰ ওপৰত । এই প্ৰতিভাবান অসম কন্যা …

ভাৰতত কূটাঘাট সংঘটিত কৰাৰ ষড়যন্ত্ৰ জেইছ-ই-মহম্মদৰ : মূল লক্ষ্য প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰী

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : যিকোনো মুহূৰ্ততে কূটাঘাট সংঘটিত হ’ব পাৰে ভাৰতত। সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদৰ গভীৰ ষড়যন্ত্ৰ ভাৰতত ভয়ংকৰ কূটাঘাত সংঘটিত কৰাৰ । এক বিশেষ সূত্ৰ অনুসৰি এই জেইছ-ই-মহম্মদৰ মূল লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ মন্ত্ৰী অমিত শ্বাহ …