কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে কেশৱ মহন্ত অাৰু অাঙুৰলতা ডেকাই

কলিয়াবৰ, সংবাদ ৩৬৫, ১ এপ্ৰিল : কংগ্ৰেছে সদায় সংঘাতৰ ৰাজনীতি কৰি অাহিছে । কংগ্ৰেছে ৫৫ বছৰ ধৰ্মীয় সংখ্যালঘূক প্ৰতাৰনা কৰি অাহিছে । সংখ্যালঘূ ছাত্ৰী সকলক কংগ্ৰেছে শিক্ষাৰ ক্ষেত্ৰত একোৱেই নকৰিলে । কিন্তু বিজেপি চৰকাৰে অাঢ়ৈটা বছৰত সংখ্যালঘূ অঞ্চলত ৯ খন …

আৰ এছ এছৰ দৰে সংগঠনৰ সংকীৰ্ণ দৃষ্টিকোণৰ বাবেই ভাৰতবৰ্ষৰ প্ৰগতি গতিৰোধক হৈছে – ৰঘুৰাম ৰাজন

  নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ এপ্ৰিল : আৰ এছ এছৰ বিৰুদ্ধে সৰব ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজন। সংবাদ মাধ্যমৰ আগত ৰঘুৰাজনে তেওঁৰ মন্তব্য প্ৰকাশ কৰে যে -ভাৰতবৰ্ষ গান্ধী, নেহেৰুৰ দৰে মহা মনিষিৰ বিচাৰ ধাৰা আৰু মহান ভাৰতীয় …

বিজেপিত যোগদান কংগ্ৰেছৰ বিভূতি ভূষণ বৰঠাকুৰৰ : যোগদান কৰিয়ে বিস্ফোৰক মন্তব্য বৰঠাকুৰৰ

  গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল : ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হেঙেৰাবাৰীৰ কাৰ্য্যালয়ত সোমবাৰে বিত্ত মন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোগদান কাৰ্যসূচী । যোগদান কৰে বিভূতি ভূষণ বৰঠাকুৰে । উল্লেখ্য যে বিভূতি ভূষণ বৰঠাকুৰ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক আছিল …

শান্তি,সমন্বয় আৰু জাতীয় সুৰক্ষাৰ লক্ষ্যৰে সন্মিলিত লাচিত সেনা আসামৰ আত্মপ্ৰকাশ

গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল : অগ্নিগৰ্ভা সময় আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জাতীয় জীৱনলৈ অহা ভয়াবহ সংকট আৰু ভাবুকিক প্ৰতিহত কৰি মহাবীৰ লাচিত বৰ ফুকনৰ বীৰত্ব, সাহসক নতুন প্ৰজন্মৰ মাজত সবলভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে লগতে নতুন কৰ্ম বিপ্লৱ সূচনা …

সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱস

গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল : ২০১৮ চনৰ ০১ এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ সোমবাৰে একবছৰ সম্পূৰ্ণ হয়। সেই উপলক্ষে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্যবৃন্দ আৰু শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্যসকলক লৈ এক আলোচনাচক্ৰৰ আয়োজন কৰে। …

লতাশিল খেলপথাৰৰ ৰঙালী বিহুৰ লাইখুঁটা স্থাপন

গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল : সোমবাৰে গুৱাহাটীৰ লতাশিল খেল পথাৰৰ বিহু সন্মিলনীৰ ৬৮ সংখ্যক ৰঙালী বিহু উদযাপনৰ শুভাৰম্ভণি কৰা হয় । লাইখুঁটা স্থাপনৰ যোগেদি লতাশিল খেলপথাৰত শুভাৰম্ভণি কৰা হয়। লাইখুঁটা স্থাপন কৰে গুৱাহাটী বিহু সন্মিলনীৰ জ্যেষ্ঠ সদস্য তথা আভ্যন্তৰীণ …

ৰঙিয়া আৰক্ষীৰ বৃহৎ সাফল্য

ৰঙিয়া, সংবাদ ৩৬৫, ৩১ মাৰ্চ : ৰঙিয়াৰ বালাবন গাঁৱত আৰক্ষীৰ অভিযান । অভিযানত জব্দ কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ, আফিং । বালাবন গাঁৱৰ আবুল আলী নামৰ যুৱকৰ ঘৰত আৰক্ষীৰ অভিযান। এই অভিযানত আৰক্ষীয়ে জব্দ কৰিছে ১২০ গ্ৰাম ড্ৰাগছ, ২ কেজি …

দোকানৰ ওপৰৰ টিনপাত ভাঙি চোৰে লুটি নিলে চি চি কেমেৰাৰ লগতে ছয় লক্ষাধিক টকাৰ সামগ্ৰী

বৰপেটা, সংবাদ ৩৬৫, ৩১ মাৰ্চ : বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচালা বজাৰত এটা মোবাইল আৰু কাপোৰৰ দোকানৰ পৰা নিশা চোৰে লুটি নিয়ে প্ৰায় ছয় লক্ষাধিক টকাৰ সামগ্ৰী । উক্ত ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে চোৰে …

বটদ্রৱাৰত অগপৰ নিৰ্বাচনী প্ৰচাৰ : নিৰ্বাচনী প্ৰচাৰত হিমন্তৰ মন্তব্য তৰুণ গগৈৰ অৰ্থনীতি ধুতি, লুঙী, সূতা দিয়া অৰ্থনীতি

বটদ্রৱা , সংবাদ৩৬৫, ৩১ মাৰ্চ : বটদ্রৱাত অগপৰ বিশাল নিৰ্বাচনী সভা । মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ বেলতল খেল পথাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ। নিৰ্বাচনী প্ৰচাৰৰ সভাত উপস্থিত হিমন্ত বিশ্ব শৰ্মা, কেশৱ মহন্ত আৰু আঙুৰলতা ডেকা। জনসভাত হিমন্ত বিশ্ব শৰ্মাৰ …

ৰঙিয়াৰ ধাবাত ৰহস্যজনক অগ্নিকাণ্ড : পুৱতি নিশা দুৰ্বৃত্তই ধাবা জ্বলাই দিয়াৰ সন্দেহ

ৰঙিয়া, সংবাদ ৩৬৫, ৩১ মাৰ্চ : ৰঙিয়াৰ পুঠিমাৰীত অঘটন। পুৱতি নিশা নেন্সী ধাবাত বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় নেন্সী ধাবা । ৰাতিপুৱা ধাবাৰ গৰাকীয়ে ধাবা খুলিবলৈ আহি হুৱা-দুৱা লাগে । এই অগ্নিকাণ্ডত ধাবাখনৰ লক্ষাধিক টকাৰ সা-সামগ্ৰীৰ ক্ষয়-ক্ষতি হয় …