পুনৰ ভূ লুন্ঠিত হ’ল মানব সমাজ: বাইহাটা চাৰিআলিত দহ বছৰীয়া শিশু কামনাৰ বলি হ’ল এক নৰ পিশাচৰ

বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ১৮জানুৱাৰী: ৰাজ্যত দৈনিক বৃদ্ধি পাই আহিছে ধৰ্ষণ-বলাৎকাৰৰ নিচিনা জঘন্য ঘটনা। বৰ্তমান সমাজ খনত এগৰাকী নাৰী, যুৱতী, কিশোৰী মুঠেও সুৰক্ষিত নহয়। এতিয়াও যে আমাৰ সমাজ খনত এগৰাকী কিশোৰীয়ে সুৰক্ষিত নহয় সেই কথা প্ৰমাণিত কৰিলে …

আদিবাসী মহাসভাৰ ১২ ঘন্টীয়া অসম বন্ধত তামুলপুৰৰ কুমাৰীকাটাত সৰ্বাত্মক প্ৰভাৱ: বন্ধ সমৰ্থকৰ টায়াৰ জ্বলায় প্ৰতিবাদ

তামুলপুৰ, সংবাদ ৩৬৫, ১৮ জানুৱাৰী: ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰনৰ দাবীত আদিবাসী মহাসভাই আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ তামুলপুৰ মহকুমাৰ দৰংগামেলা, কুমাৰীকাটা, নাগ্ৰিজুলী, গুৱাবাৰী, খৈৰানী বালাহাটী আদি অঞ্চলত সৰ্বাত্মক ৷ বন্ধৰ ফলত মহকুমাৰ বিভিন্ন প্ৰান্তত দোকান-পোহাৰ, সাপ্তাহিক বজাৰ, ব্যৱসায়ীক …

আই লীগৰ লক্ষ্যৰে যুৱ দল গঠনত ব্যস্ত মৰ্ণিং ষ্টাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জানুৱাৰী: অষ্ট্ৰেলিয়ান প্ৰশিক্ষক এন্ডিউ অকলেইৰ তত্বাৱধনত ডিফুত চলিছে কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ ক্লাৱৰ যুৱ দল গঠনৰ প্ৰক্ৰিয়া। ভাৰতীয় পেছাদাৰী লীগত অংশগ্ৰহণৰ লক্ষ্যৰে ১৩, ১৫ আৰু ১৮ বছৰৰ অনূৰ্ধ দলৰ নিৰ্বাচনী শিৱিৰ চলি আছে নৱ নিৰ্মিত ডিফুৰ …

চাংসাৰিৰ ৰাজপথত দাউদাউকৈ জ্বলি উঠিল চলন্ত মালবাহী টেম্পো

বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ১৭ জানুৱাৰী: কামৰূপ জিলাৰ চাংসাৰী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে আবেলিৰ ভাগত চলন্ত মালবাহী টেম্পো এখনত অগ্নি সংযোগ হয়। মহানগৰীৰ জু ৰোডৰ টেন্স ফাৰ্ণিচাৰ পৰা ছিপাঝাৰলৈ বিয়াৰ ফাৰ্ণিচাৰ লৈ গৈ থকা অৱস্থাত জুইৰ লেলিহান …

বটদ্ৰৱাৰ ‘ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয়’ৰ প্ৰতিষ্ঠা দিৱস

বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১৭ জানুৱাৰী: সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত বটদ্ৰৱাৰ থলুৱা লোকবাদ্য, সত্ৰীয়া বিভিন্ন শিল্প ভাস্কৰ্য্য আৰু চহা জীৱনৰ ক্ৰমাৎ হেৰাই যাব ধৰা আহিলা সমূহৰ সংৰক্ষণ আৰু পুনৰ সঞ্জীৱনৰ লক্ষ্যৰে ২০১৬ চনৰ ১৭ জানুৱাৰীত জন্মলাভ কৰা ‘ঘুনুচাবাৰী …

নাৰায়ণা হাস্পতালৰ চিকিৎসকে সফলতাৰে সম্পন্ন কৰিলে দুটাকৈ বিৰল অস্ত্ৰোপচাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ জানুৱাৰী: নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল গুৱাহাটীয়ে শেহতীয়াকৈ দুটা অতি জটিল তথা বিৰল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে। কিছু জটিল ৰোগৰ চিকিৎসাৰ অংশ হিচাপে সম্পন্ন কৰা হৈছে এই অস্ত্ৰোপচাৰ। নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল গুৱাহাটীৰ এক অভিজ্ঞ চিকিৎসকৰ দলে সম্পন্ন কৰে …

দ:শালমাৰা-মানকাচৰত বিহু মেলাৰ নামত চলিছে ৰমৰমীয়া জুৱা, অৰ্ধ উলংগ নৃত্যৰ ধামাকা: বন্ধৰ দাবী আমছুৰ 

হাটশিঙিমাৰী, সংবাদ ৩৬৫, ১৭ জানুৱাৰী: ভোগালীৰ আনন্দ উছাহত মতলীয়া ৰাজ্যবাসী। ডেকা-বুঢ়া আদি কৰি সকলোৱে এতিয়া ব্যস্ত হৈ পৰিছে ভোগালী বিহুক লৈ। ঠায়ে ঠায়ে ভোগালীৰ মেলাৰ অনুষ্ঠান আয়োজনো হৈছে। কিন্তু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভিন্ন প্ৰান্তত বিহু মেলাৰ নামত চলা ৰমৰমীয়া জুৱা, …

নাগ্ৰীজুলিৰ ১নং বগৰিখুটিত যুৱকক প্ৰহাৰ কৰি হত্যা

বাক্সা, সংবাদ ৩৬৫, ১৭ জানুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিৰ ১নং বগৰিখুটিত যুৱকক প্ৰহাৰ কৰি হত্যা কৰা হয়। ঘটনা অনুসৰি ধন বাহাদুৰ কামাৰ নামৰ ২৮ বছৰীয়া যুৱক এজনে ৫ বছৰীয়া কণমানি কিশোৰী এগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত উক্ত যুৱক …

হায়াত হাস্পতালত বিনামূলীয়া বৃক্কৰোগ পৰীক্ষা শিবিৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৬ জানুৱাৰী: হায়াত হাস্পতালৰ নেফ্ৰলজী বিভাগৰ উদ্যোগত আয়োজিত বৃক্কৰোগৰ এমাহজোৰা পৰীক্ষা শিবিৰে অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহত ব্যাপক সঁহাৰি লাভ কৰিছে। হায়াত হাস্পতালৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই প্ৰকাশ কৰিছে যে শিবিৰত অংশগ্ৰহণকাৰীসকলৰ ইউৰীয়া, ক্ৰিয়েটিনিন, হিমগ্লবিন, ছুগাৰ, ইউৰিন আৰ ই, …

অভিনেত্ৰী দীপিকা কক্কৰে শিলচৰত মুকলি কৰে মাণিক চান্দ জুৱেলাৰ্ছৰ নতুন ষ্টৰ

শিলচৰ, সংবাদ ৩৬৫, ১৬ জানুৱাৰী: প্ৰতিটো টুকুৰাত সৌন্দৰ্যৰ সৈতে শুদ্ধতাৰ বাবে প্ৰখ্যাত অসমৰ অগ্ৰণী জুৱেলাৰী প্ৰতিষ্ঠান মাণিক চান্দ জুৱেলাৰ্ছে ১৬ জানুৱাৰীত শিলচৰত মুকলি কৰে প্ৰতিষ্ঠান খনৰ নৱতম ষ্টৰ। বিপনী খনৰ উদ্বোধন কৰে বিগ বছ ১২ ৰ বিজেতা, টিভি চিৰিয়েল ‘ছছুৰাল …