নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পলাশবাৰীৰ বিজয়নগৰত উত্তপ্ত পৰিস্থিতি
পলাশবাৰী, সংবাদ ৩৬৫, ১০ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ জেৱাৰ অব্যাহত আছে। বৃহস্পতিবাৰেও বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে পলাশবাৰী সমষ্টিৰ উপৰহালীত ঐক্যসেনা অসমে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দক্ষিণ কামৰূপ জিলাৰ বিজেপিৰ উপৰহালীস্হিত মূখ্য কাৰ্যলয় …