বক্র পথেৰে চাকৰি সংগ্ৰহ কৰা নেতা পালি নেতাক তদন্তৰ আওতাত আনি শাস্তি দিয়ক
গুৱাহাটী,সংবাদ৩৬৫,৯মাৰ্চ: শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ঐক্য সেনা অসমে এখন সংবাদমেল অনুষ্ঠিত কৰে । সংবাদমেলত অসম চৰকাৰে বিজ্ঞাপনৰ প্ৰকাশ কৰি পৰীক্ষা অনুষ্ঠিত কৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন জনসংযোগ বিভাগৰ বিভিন্ন পদত জালিয়াতিৰে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰি অসমৰ লাখ লাখ শিক্ষিত নিবনুৱাক …