ৰাজ্যৰ বিভিন্ন স্থানত অসামৰিক প্ৰতিৰক্ষাৰ বুনিয়াদী প্ৰশিক্ষণ
গুৱাহাটী, সংবাদ৩৬৫,৬মাৰ্চ : অসামৰিক প্ৰতিৰক্ষা আৰু গৃহ ৰক্ষী বাহিনীৰ উদ্যোগত যোৱা ১৮ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত অসামৰিক প্ৰতিৰক্ষাৰ এক বুনিয়াদী প্ৰশিক্ষণ আৰম্ভ হৈ আছে। যিকোনো দুৰ্যোগৰ সময়ত যাতে জনসাধাৰণক সহায়-সহযোগিতা আগবঢ়াব পাৰি সেই উদ্দেশ্যে আগত ৰাখি আয়োজন কৰা এই …