ধিংত মিলাপ্ৰীতি বোধ অটুট ৰখাৰ উদ্দেশ্যে সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন
বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১০ নৱেম্বৰ: নগাওঁ জিলাৰ পশ্চিম প্ৰান্তৰ ধিং অঞ্চলত বিভিন্ন ঠাইত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেশ্বনৰ উদ্যোগত আৰু ফোৰাম ফৰ ছ’চিয়েল হাৰমনিৰ সহযোগত শনিবাৰে টুকটুকী আৰু বাটমৰীত শান্তি-সম্প্ৰতিৰে ভাতৃত্ববোধ অটুট ৰখাৰ উদ্দেশ্যে এক সজাগতামূলক বাটৰ নাট …