ডুমডুমীয়াত এ আই ইউ ডি এফৰ সম্বৰ্ধনা সভা

বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: নগাঁও জিলাৰ ধিংৰ ডুমডুমীয়াত মংগলবাৰে নগাওঁ জিলা কমিটিৰ সভাপতি কম্পক কলিতাৰ সভাপতিত্বত হোৱা সম্বৰ্ধনা অনুষ্ঠানত এ আই ইউ ডি এফৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি আব্দুল কাদিৰে মন্তব্য কৰি কয় যে গ্ৰাম্যাঞ্চলৰ সামগ্ৰিক উন্নয়নত …

অসমৰ ছোৱালী বহি:ৰাজ্যত বিক্ৰী: নাৰী সৰ্বৰাহকাৰীক গ্ৰেপ্তাৰৰ দাবী গঞা ৰাইজৰ: সুখচৰ থানাত গোচৰ ৰুজু ভুক্তভোগীৰ

হাটশিঙিমাৰী, সংবাদ ৩৬৫, ২২ জানুৱাৰী: নব গঠিত দ:শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ১০ কি:মি: নিলগত ২২ বছৰীয়া এজনী ছোৱালী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে সুখচৰ থানাৰ অন্তৰ্গত তাতিপাৰা গাঁৱৰ বাসিন্দা ছাবেৰ আলী …

হিমন্তৰ বিৰুদ্ধে কলা পতকা প্ৰদৰ্শনকাৰীক গ্ৰেপ্তাৰৰ দাবীত বাইহাটা চাৰিআলিত প্ৰতিবাদী সমদল

বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২২জানুৱাৰী: মংগলবাৰে বাইহাটা চাৰিআলিত বিজেপি দলৰ এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। সোমবাৰে কামৰূপ জিলাৰ কমলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কুৰ্ম্ম মাধৱ দেৱালয়ত মনিকূট উন্মোচনী সভাত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশ লৈ ওভতাৰ …

কুবেৰ টিউবচ এণ্ড ফিটিং প্ৰাইভেট লিমিটেড এক ব্যক্তিগত কোম্পানীয়ে বৰ্জিত পদাৰ্থৰে নিগৰাইছে ৰাণী অঞ্চল

আজাৰা, সংবাদ ৩৬৫, ২২ জানুৱাৰী: সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ হ’লে এক সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ লাগিব। সুস্থ পৰিৱেশে জনজীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। কিন্তু যেতিয়া সুস্থ পৰিৱেশ বিনাশ হয় তেতিয়া জনজীৱন হানিকাৰক হয়। তেনে এক হানিকাৰক সুস্থ পৰিৱেশৰ ফলত জনজীৱনৰ প্ৰতি বৰবিহ …

তামুলপুৰত স্বাস্থ্য শিবিৰ আৰু সজাগতাৰ নামত ভেকোভাওনা

তামুলপুৰ, সংবাদ ৩৬৫, ২২ জানুৱাৰী: তামুলপুৰ মহকুমাৰ কুমাৰাকাটাত মংগলবাৰে বাক্সা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ উদ্যোগত এক বিশেষ স্বাস্থ্য পৰীক্ষণ আৰু সজাগতা শিবিৰৰ আয়োজন কৰা হয় ৷ দক্ষিণ কুমাৰীকাটা আঞ্চলিক পুথিভড়াল প্ৰাঙ্গনত আয়োজিত এই স্বাস্থ্য পৰীক্ষন আৰু সজাগতা শিবিৰটো এক ভেকো …

তামুলপুৰত আঞ্চলিক মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

তামুলপুৰ, সংবাদ ৩৬৫, ২২ জানুৱাৰী: মধ্যাহ্ন ভোজন আঁচনিটো এন জি ওক নিদিয়াৰ বাবে মংগলবাৰে দিনৰ এঘাৰ বজাৰ পৰা এক বজালৈ এক তিনিঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বাক্সা জিলাৰ তামুলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত তামুলপুৰ আঞ্চলিক মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে। তামুলপুৰ শিক্ষা …

কলমণিত ৭০ সংগঠনক ক্ষুৰধাৰ সমালোচনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২১ জানুৱাৰী: কামৰূপৰ কলমণিত ৭০ সংগঠনে আৰ এচ এচ ৰ সৈতে সমুখ সমৰত নামিব বিচৰা হুংকাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰ এচ এচ ৰ সৈতে ৰণ কৰিব বিচৰা সকল হিন্দুৰ …

দক্ষিণ গান্ধীবাৰীৰ জগন্নাথ থানৰ ১২৫ সংখ্যক বাৰ্ষিক পূজাৰ বৰ্ণিল ধৰ্মীয় শোভাযাত্ৰাই মুহিলে ৰাইজক: ১২৫খন পতাকা উত্তোলন

তামুলপুৰ, সংবাদ ৩৬৫, ২০ জানুৱাৰী: “শৰণীয়া কছাৰী জনগোষ্ঠী অসমৰ এটা আদিম জনজাতি জনগোষ্ঠী । নিজস্ব ভাষা , কৃষ্টি , সংস্কৃতিৰে চহকী শৰণীয়া কছাৰী জনগোষ্ঠী । কিন্তু এই জনগোষ্ঠীটোৰ লোকসকল জনজাতিৰ প্ৰমাণ পত্ৰকে ধৰি বিভিন্ন ক্ষেত্ৰত একাংশ লোকৰ ষড়যন্ত্ৰৰ বলি হব …

তামুলপুৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

তামুলপুৰ, সংবাদ ৩৬৫, ২০ জানুৱাৰী: তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ আমন্ত্ৰিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ দেওবাৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। দেওবাৰৰ সভাতে সদৌ অসম কৰ্মচাৰী পৰিষদে পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যকাৰী সমিতিৰ সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ …

জনপ্ৰিয় জুনিয়ৰ কলেজৰ ৰূপালী জয়ন্তীৰ দিন সলনি: মূল গেটৰ আধাৰশিলা স্থাপন

কলগাছিয়া, সংবাদ ৩৬৫, ২০ জানুৱাৰী: বৰপেটা জিলাৰ বানিয়াৰাপাৰাস্থিত জনপ্ৰিয় জুনিয়ৰ কলেজৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন চলিত মাহৰ ২৮, ২৯ আৰু ৩০ তাৰিখে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ২৭ …