পলাশবাৰীত এগৰাকী শিক্ষকৰ কৰুণ গাথা:দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দিশহাৰা অৱস্থা
পলাশবাৰী, সংবাদ ৩৬৫, ২৯ অক্টোবৰ: শিক্ষক এডাল মমবাতিৰ দৰে, যিয়ে নিজে গলি আনক পোহৰ বিলায়। ছাত্ৰ-ছাত্ৰীক শিক্ষাদানেৰে পোহৰ বিলাওঁতে নিজৰ জীৱনটোৱে অন্ধকাৰ হৈ পৰিল পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত সানপাৰা গাঁৱৰ এগৰাকী দুৰ্ভগীয়া আদর্শৱান শিক্ষক …