তামুলপুৰত আৰক্ষী, পৰিবহন বিভাগ আৰু সাধাৰণ প্ৰশাসনৰ যানবাহনৰ বিৰুদ্ধে অভিযান: অৰ্ধ লক্ষাধিক টকা জৰিমনা সংগ্ৰহ: বহু বাহনৰ বিৰুদ্ধে যানবাহন আইনৰ অধীনত গোচৰ পঞ্জীয়ন
তামুলপুৰ, সংবাদ ৩৬৫, ২৭ অক্টোবৰ: ১২৭ নং (ডি) ৰঙিয়া-তামুলপুৰ-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমা সংযোগী উক্ত পথটো সম্প্ৰতি কিলাৰ হাইৱেত পৰিণত হৈছে। বিগত তিনিদিনত তামুলপুৰ থানাৰ অন্তৰ্গত দ্বাৰকুচিত আৰু উলুবাৰী পাৰ্বতী চকত সংঘটিত হোৱা দুটাকৈ পথ দুৰ্ঘটনাত চাৰিজনকৈ লোক নিহত হোৱাৰ পিছত শনিবাৰে …