ৰাজ্যত আক্ৰাছুৰ ৩৬ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ: বাক্সাত আটক ৭০ জন বন্ধ সমৰ্থক
গুৱাহাটী, সংবাদ ৩৬৫, ২৯ আগষ্ট: পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনিজাতিকৰণৰ দাবীত কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু চিলাৰায় সেনাই বুধবাৰে আহ্বান জনোৱা ৩৬ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৰাজ্যৰ ঠায়ে ঠায়ে আক্ৰাছু কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। ধুবুৰীৰ …