পুনৰ নাওঁ দুৰ্ঘটনাগ্ৰস্ত: কলগাছিয়াৰ কৰাৰকুৰত ভূতভূটি নাওঁ দুৰ্ঘটনাগ্ৰস্তত শতাধিক যাত্ৰী আহত
কলগাছিয়া, সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰ: দিখৌমুখৰ ট্ৰেজেদী আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়াৱহ নাওঁ দুৰ্ঘটনাৰ শংকা মাৰ নৌযাওতেই মঙ্গলবাৰে নিশা আকৌ এক শোকাৱহ নাওঁ দুৰ্ঘটনা সংঘটিত হয় বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কৰাৰকুৰত। বাঘবৰৰ মৰাভাজৰ পৰা মিলিজুলিত অনুষ্ঠিত হৈ থকা শতাধিক …