লংকাৰ ৬ নং ৱাডত দিন দুপৰতেই চুৰি কাণ্ড
লংকা, সংবাদ ৩৬৫, ৯ আগষ্ট: গৃহস্থৰ ঘৰত কোনো নথকা সুযোগ লৈ দিন দুপৰতেই চুৰে লুটি নিলে নগদ ধন প্ৰায় ৪০ হাজাৰ টকাৰ লগতে ৮০-৯০ হাজাৰ টকাৰ সোণৰ অলংকাৰ। এই কাণ্ড সংঘটিত হল লংকাৰ ৬ নং ৱাডৰ লক্ষ্যণ চাহুৰ ঘৰত। …
লংকা, সংবাদ ৩৬৫, ৯ আগষ্ট: গৃহস্থৰ ঘৰত কোনো নথকা সুযোগ লৈ দিন দুপৰতেই চুৰে লুটি নিলে নগদ ধন প্ৰায় ৪০ হাজাৰ টকাৰ লগতে ৮০-৯০ হাজাৰ টকাৰ সোণৰ অলংকাৰ। এই কাণ্ড সংঘটিত হল লংকাৰ ৬ নং ৱাডৰ লক্ষ্যণ চাহুৰ ঘৰত। …
ৰাইদেউ, সংবাদ ৩৬৫, ৯ আগষ্ট: বীৰ লাচিত সেনাই কয় যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ নাই। বীৰ লাচিতে এনে এখন আইনৰ পোষকতা কৰে যে এনে এখন আইন লাগে যিখন আইনৰ জৰিয়তে অসমৰ মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ অসমীয়াৰ …
গুৱাহাটী, সংবাদ ৩৬৫, ৯ আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰা যোৱা ৩০ জুলাই তাৰিখে প্ৰকাশ পায়। নাগৰিক পঞ্জীৰ খচৰাখন প্ৰকাশৰ পিছত খচৰাখনত বিভিন্ন বিসংগতি দেখা দিয়াৰ লগতে খচৰাখনৰ পৰা বাদ পৰে ৪০ লক্ষাধিক লোকৰ নাম। নাগৰিক পঞ্জীৰ খচৰাখনৰ পৰা বাদ …
মাজুলী, সংবাদ ৩৬৫, ৯ আগষ্ট: বান বিধ্বস্ত মাজুলী বাসীলৈ সুখৰ বতৰা কঢ়িয়াই আনে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই। সাতখনকৈ জাহাজৰ শুভাৰম্ভ ঘটাই নিমাতি মাজুলি ফেৰী সেৱালৈ যুগান্তকাৰী ৰূপান্তৰ। অৱশেষত বহু সমস্যাৰে জৰ্জৰিত মাজুলী বাসীয়ে এক নতুন পথৰ বাট বিচাৰি পালে। …
বঙাইগাঁও, সংবাদ ৩৬৫, ৯ আগষ্ট: এটা জৰাজীৰ্ণ পথে ৰাইজৰ যাতায়তৰ যোগাযোগৰ বাবে দুৰ্ভোগ কঢ়িয়াই আনিছে। অৰ্ধলক্ষ্যধিক লোকৰ যাতায়তৰ একমাত্ৰ ব্যৱস্থা এই জৰাজীৰ্ণ পথচোৱা। তথাপিও কানসাৰ নাই জনপ্ৰতিনিধিৰ। কিন্তু বিভাগীয় গড়কাপ্তানী বিষয়াৰ এই পথটো এজনী খীৰতী গাই। এই জৰাজীৰ্ণ পথচোৱা বঙাইগাঁও …
কলগাছিয়া, সংবাদ ৩৬৫, ৯ আগষ্ট: সোণোৱাল চৰকাৰৰ অনিয়মীয়া বিদ্যুৎ যোগানে ৰাইজক জ্বলা কলা খুৱাইছে। কৰবাত যদি দিনটোত এবাৰৰ বাবে বিজুলী দেখিছে আকৌ কৰবাত বিদ্যুৎৰ লুকা ভাকু দেখিছে। বৰপেটাৰ সৰভোগৰ কেইবাটা অঞ্চলটো বিদ্যুৎৰ অনিয়মীয়া যোগানে ৰাইজক জ্বলা কলা খুৱাইছে। নিয়মীয়া বিদ্যুৎ …
গুৱাহাটী, সংবাদ ৩৬৫, ৯ আগষ্টঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ জনবিৰোধী নীতি পৰিবৰ্তনৰ দাবীত চি আই টি ইউ আৰু নিখিল ভাৰত কৃষক সভাই আজি দেশজুৰি গণ আন্দোলন ৰূপায়ন কৰে। সমগ্ৰ দেশৰ লগতে মহানগৰীটো বিজেপি চৰকাৰৰ জনবিৰোধী নীতি পৰিবৰ্তনৰ দাবীত …
বাক্সা, সংবাদ ৩৬৫, ৮ আগষ্ট: এগৰাকী শিক্ষকক বদলিকৰণ কৰাৰ বাবে বিদ্যালয়ত তলা ওলমালে স্থানীয় ৰাইজ। বাক্সা জিলাৰ গোৱৰ্দ্ধনা খণ্ডৰ অন্তৰ্গত ৪০৮ নম্বৰ মৈৰাঝাৰ পাথাৰ প্ৰাথমিক বিদ্যালয়ৰ আনন্দ দাস নামৰ এজন শিক্ষকক বদলিকৰণ কৰাত ক্ষোভিত হৈ বিদ্যালয় খনত অনিৰ্দিষ্টকালৰ বাবে তলা …
শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ৮ আগষ্ট: বানাক্ৰান্ত ৰাইজলৈ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত বুধবাৰে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয়। ইতিমধ্যে বানে গৰকা নৈপৰীয়া অঞ্চল সমূহত পানী শুকোৱাৰ পিছত সৃষ্টি হোৱাৰ বিভিন্ন ৰোগৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ তাই আহোম …
লামডিং সংবাদ ৩৬৫, ৮ আগষ্ট: পুনৰ চলন্ত ৰেলৰ ভিতৰত যৌন নিৰ্যাতনৰ বলি হ’ল এগৰাকী নিস্পাপ যুৱতী । ভাতৃৰ চকুৰ সন্মুখতে নিজ ভগ্নীক যৌন নিৰ্যাতনৰ চেষ্টা চলন্ত ৰেলৰ ভিতৰত এক লম্পট যুৱকৰ। এই লজ্জাজনক ঘটনা সংঘটিত হয় লামডিংত। কিছুদিন পূৰ্বে চলন্ত ৰে’লত …