ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ অভিযোগত বৰপেটাত আমছুৰ অবস্থান ধৰ্মঘট

বৰপেটা, সংবাদ ৩৬৫, ১৭ জুলাইঃ পূৰ্ণগতিতত চলি আছে এনআৰচি প্ৰস্তুতিৰ কাম ৷ অহা ৩০ জুলাইত প্ৰকাশ কৰা হব এন আৰ চিৰ সম্পূৰ্ণ তালিকা। এনআৰচিৰ সম্পূৰ্ণ তালিকা প্ৰকাশৰ সময় চমু চাপি অহাৰ সময়তে মংগলবাৰে বৰপেটাত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ …

আমছুৰ তেজপুৰতো দুঘন্টীয়া ধর্মঘট অৱস্থান কার্যসূচী ৰূপায়ণ

তেজপুৰ, সংবাদ ৩৬৫ , ১৭ জুলাইঃ অসম চৰকাৰ হায় হায়, বৰ্ডাৰ পুলিচ গ’বেক, বৰ্ডাৰ পুলিচৰ মইমতালি নচলিব, সৰ্বানন্দ সোণোৱাল গ’বেক, ডি-ভোটাৰৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা বন্ধ কৰক, আমছু জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে ‘আমছু’ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন …

৭ দিনীয়া দুঃসাহসিক জলক্ৰীড়া প্ৰশিক্ষণ শিবিৰ

বাক্সা, সংবাদ ৩৬৫ , ১৭ জুলাইঃ বাক্সা জিলাৰ বগামাটীত ১২ জুলাইৰ পৰা আৰম্ভ হৈছে ৭ দিনীয়া দুঃসাহসিক জলক্ৰীড়া প্ৰশিক্ষণ শিবিৰ ( ৱাটাৰ ৰাফটিং) । অসমৰ এচাম মাউণ্টেনিয়াৰিং এণ্ড এডভান্সৰ ইন্সটিটিউটৰ আয়োজিত আৰু ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ সহযোগত এই দুঃসাহসিক জলক্ৰীড়া …

গ্ৰীষ্মকালীন বিনামূলীয়া কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

বিশ্বনাথ চাৰিআলী, সংবাদ ৩৬৫ , ১৭ জুলাইঃ বৰ্তমান সময়ত জনজীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে কম্পিউটাৰ শিক্ষাৰ বহল প্ৰয়োগ আছে। তাৰ লগত সংগতি ৰাখি বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দোলন চন্দ্ৰ দাসে বক্তব্য কৰে যে বৰ্তমান সময়ত প্ৰতিজন শিক্ষিত লোকৰ বাবে কম্পিউটাৰ শিক্ষা অপৰিহাৰ্য্য …

তেজপুৰত মহিলাক গছত বান্ধি নিৰ্মম প্ৰহাৰ

তেজপুৰ, সংবাদ ৩৬৫, ১৬ জুলাইঃ শোণিতপুৰ জিলাৰ তেজপুৰৰ গোটলুং কদমবাগানত দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত এগৰাকী মহিলাক তালিবানী শাস্তি প্ৰদান কৰিছে একাংশ উত্তেজিত মহিলাৰ৷ জানিব পৰা মতে কদমবাগানত এগৰাকী মহিলাই অনৈতিক কাৰ্য চলাই থকাৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপিত …

দুলীয়াজানত নকল ধনেৰে বেংকৰ গ্ৰাহকক লুট কৰা দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

দুলীয়াজান, সংবাদ ৩৬৫, ১৬ জুলাইঃ সোমবাৰে দুপৰীয়া দুলিয়াজান আৰক্ষীৰ হাতত ধৰা পৰে ডিব্ৰুগড়ৰ পল্টন বজাৰৰ মিঠু ৰায় ( ২৮) আৰু পল্টনবজাৰত ভাৰাতীয়া হিচাপে থকা বিহাৰৰ সুৰজ চাহানি (২৫) । এই প্ৰৱঞ্চক দুজনে আজি কিছুদিনৰ পৰা কাগজেৰে পাচঁশ টকীয়া ন’টৰ বান্দিল …

হাঁ‌হচৰাত গৰীৱৰ বন্ধু বিৰাজ হাজৰিকা

শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ১৬ জুলাইঃ ’’দিনটোৰ হাড়ভগা পৰিশ্ৰমৰ পিছত পেটৰ ভোকে যেতিয়া মুচৰি দিয়ে শৰীৰ, তেজবিহীন কলিজা এচিড বৰষুণত তিতে বিশ্বাস’’। ’দাৰিদ্ৰতা’, দাৰিদ্ৰতা হ’ল এক কামিহাড় কপোৱা বুকুৰ ধপধপনি। সেই দাৰিদ্ৰতাৰ বুকুৰ উমান বুজি সহায়ৰ হাত আগবঢ়াবলৈ …

উদ্যোগ বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোবাৰী গৃহ জিলাত ৰাইজৰ আলৈ অথানি

কৈলাস ডেকা,নলবাৰী, সংবাদ ৩৬৫, ১৬ জুলাইঃ নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোবাৰী গৃহ জিলাত পৰিবহণ বিষয়াৰ কাৰ্য্যালয় থকাৰ পিছতো হাৰাশাস্তি ভুগিব লগীয়া হৈছে ৰাইজ। এখন লাইচেন্সৰ বাবে ঘন্টাৰ পিছত ঘন্টা অপেক্ষা কৰিব লগীয়া হৈছে। তাৰ পিছতো দিনৰ দিনটো তাৎ বাটি কাঢ়িও নাপায় …

মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ বিস্ফোৰক মন্তব্য ধুবুৰীত

ধুবুৰী, সংবাদ ৩৬৫, ১৬ জুলাইঃ ৰাজ্যত কলা বজাৰে গ্ৰাস কৰিছে। দুদিন পূৰ্বে জিলা দণ্ডাধীশ শান্তা ছেত্ৰীয়ে ধুবুৰীত যোগান বিভাগৰ পৰিদৰ্শকক লগত লৈ চোৰাং চাউলৰ বিৰুদ্ধে এক অভিযান চলাইছিল। বিভাগীয় তদন্ত চলি থকাৰ সোমবাৰে যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী ধুবুৰীত উপস্থিত …

যোৰাবাটত দিন দুপৰতে চুৰি কাৰ্য্য

যোৰাবাট, সংবাদ ৩৬৫, ১৬ জুলাইঃ ৰাজ্যত দৈনিক সংঘটিত হৈ আহিছে অপৰাধমূলক ঘটনা। দিন ডকাইতি, চুৰিকাৰ্য্য, হত্যা, ধৰ্ষণৰ দৰে ঘটনা প্ৰতিদিনে সংঘটিত হৈ আহিছে। এইবাৰ যোৰাবাটৰ মালয়বাৰীৰ নিৱাসী চন্দন কুমাৰ শৰ্মা নামৰ এজন ব্যক্তিৰ পৰা পালছাৰ বাইকত অহা দুই দূৰ্বৃত্তই দুই …