দক্ষিণ কামৰূপৰ পলাশবাৰী ৰংঙামাটিৰ ৰামপাৰাত মাতৃয়ে হত্যা কৰিলে নিজ সন্তানক: প্ৰথমে হত্যা তাৰ পাছত আত্মহত্যা মাতৃৰ
পলাশবাৰী, সংবাদ ৩৬৫, ২২ আগষ্ট: দক্ষিণ কামৰূপৰ পলাশবাৰী থানাৰ অন্তৰ্গত ৰংঙামাটিৰ ৰামপাৰাত এগৰাকী মাতৃয়ে নিজৰ ৪ বছৰীয়া সন্তানক ডিঙি চেপি হত্যা কৰি পিছত চিপ লগাই মাতৃৰো আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে মংগলবাৰে নিশা মাতৃ দিপ্তী …