স্বনিৰ্ভৰশীলতাৰ অন্য এক নিদৰ্শন জোনাকী ধূপ উদ্যোগৰ সাত ভনীৰ ধূপকাঠি
নলবাৰী, সংবাদ ৩৬৫, ১০ আগষ্ট: দোকানেদোকানে উপলব্ধ সাত ভনীৰ জোনাকীৰ ধূপকাঠি। ধূপকাঠি নিৰ্মানেৰে স্বাৱলম্বী হোৱা নলবাৰীৰ আহিনপুৰৰ সাত গৰাকী উদ্যোমী মহিলা। বৰ্তমান সময়ত নিবনুৱা সমস্যাই ৰাজ্য খনত এক প্ৰধান সমস্যাৰূপে দেখা দিছে। আৰু এই নিবনুৱা সমস্যাই কোঙা কৰি তোলাৰ সময়তে …