ডিগবৈ নগৰ সমিতিৰ সভানেত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে নগৰ সমিতিত উত্তাল প্ৰতিবাদ
ডিগবৈৰ পৰা বিজয় সূত্ৰধাৰ, সংবাদ ৩৬৫, ২৮ জুনঃ অনাস্থা প্ৰস্তাব উত্থাপিত হোৱা ডিগবৈ নগৰ সমিতিৰ বহু বিতৰ্তিত সভানেত্ৰী শিপ্ৰা মল্লিকক অপসাৰণৰ দাবীত বৃহস্পতিবাৰে ডিগবৈ নগৰ সমিতিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ডিগবৈবাসী ৰাইজ৷ নগৰ সমিতিৰ সভানেত্ৰীৰ ওপৰত উত্থাপিত অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত বৃহস্পতিবাৰে …