ৰঙাপৰাত লক্ষ্যাধিক টকাৰ চোৰাং কাঠসহ দুখন বাহন জব্দ
ৰঙাপৰা, সংবাদ ৩৬৫, ২২ মেঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ বিভিন্ন অঞ্চলত চোৰাং কাঠ ব্যৱসায়ীৰ দৌৰাত্মক অব্যহত থকাৰ সময়তে ৰঙাপৰা আৰক্ষী চকীৰ অন্তৰ্গত ফুলগুৰিৰ বাহুমাৰীৰ পৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত ৰঙাপৰা অাৰক্ষীয়ে জব্দ কৰে লক্ষ্যাধিক টকাৰ মূল্যৰ কাঠসহ দুখনকৈ বলেৰ পিকঅাপ ভেন। ৰঙাপৰা আৰক্ষীয়ে …