কেঞ্চাৰ ৰোগত আক্ৰান্ত সোণালী বেন্দ্ৰে নিউইয়ৰ্কত চিকিৎসাধীন
গুৱাহাটী, সংবাদ ৩৬৫, ৬ জুলাইঃ ভাৰতীয় ছবি জগতৰ তথা তামিল, তেলেগু আৰু অন্যান্য ভাষাৰ কেইবাখনো ছবিত অভিনয় কৰা মোহময়ী আৰু জনপ্ৰিয় অভিনেত্ৰী সোণালী বেন্দ্ৰে অসুস্থ। হাই গ্ৰেদ কেঞ্চাৰত ৰোগত আক্ৰান্ত হৈ বৰ্তমান নিউইয়ৰ্কৰ এক কেঞ্চাৰৰোগ বিশেষজ্ঞ চিকিৎসালয়ত চিকিৎসাধীন সোণালী বেন্দ্ৰে। অভিনেত্ৰী গৰাকী …