ৰাইজৰ দাবীৰ প্ৰতি কাণসাৰ নাই জনপ্ৰতিনিধিৰ: স্বাধীনতাৰ ৭১ বছৰ পিছতো নহল এখন দলং
বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১ মেঃ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পৰবৰ্তী প্ৰতিখন চৰকাৰে উন্নয়নৰ ফটাঢোল বজাই আহিলেও ৰাজ্যৰ বহু অঞ্চল এতিয়াও উন্নয়নৰ সামান্যতমো দৃশ্যমান হোৱা নাই। নিৰ্বাচনৰ প্ৰাকক্ষনত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বিভিন্ন অঞ্চল সমূহলৈ গৈ সৰ্বত দিশত উন্নয়নৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও …