মাৰ্ঘেৰিটাত বন্ধুৰ লগত মিলি প্ৰেমিকে কৰিলে ১৪ বছৰীয়া প্ৰেমিকাক ধৰ্ষণ
মাৰ্ঘেৰিটা, সংবাদ ৩৬৫, ২৪ এপ্ৰিলঃ ৰাজ্যত এটাৰ পিছত আনটো যৌন নিৰ্যাতন আৰু ধৰ্ষণকাণ্ড সংঘটিত হৈ থকাৰ সময়তে ৰাজ্যত এইবাৰ প্ৰেমিকে বন্ধুৰ লগত মিলি ধৰ্ষণ কৰিলে প্ৰেমিকাক। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত যোৱা ১৬ এপ্ৰিলৰ নিশা এগৰাকী কিশোৰী বিহু সন্মিলন উপভোগ কৰি প্ৰেমিক ৰিকেশ …