গুৱাহাটীত বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ
গুৱাহাটী, সংবাদ ৩৬৫, ৮ মাৰ্চ : গুৱাহাটীত বিশেষ কাৰ্যসূচী লৈ বাংলাদেশৰ ৰাষ্ট্ৰপতি বৃস্পতিবাৰে ঢাকাৰ পৰা এক বিশেষ বিমান যুগে আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় দুপৰীয়া ১.৫০ বজাত। দুপৰীয়া বৰঝাৰ বিমান বন্দৰত বাংলাদেশৰ ৰাষ্ট্ৰপতি গৰাকীক আদৰণি জনায় ৰাজ্যপাল জগদীশ মূখী, গড়কাপ্তনী …