ৰাজ্যখনত প্ৰথমবাৰৰ বাবে আয়ােজিত বিশ্ব বিনিয়োেগ সন্মিলন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
গুৱাহাটী, সংবাদ ৩৬৫, ৩ ফেব্ৰুৱাৰীঃ ‘দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অন্যান্য দেশৰ ঔদ্যোগীসকলৰ উপস্থিতিত আয়ােজন কৰা ‘এডভান্টেজ আসাম’ শীর্ষক বিশ্ব বিনিয়ােগ সন্মিলন অনুষ্ঠিত কৰাৰ জৰিয়তে এইটোৱে প্রতীয়মান হৈছে যে অসমে দ্রুত বিকাশৰ পথলৈ ধাৱমান হৈছে। ‘এক্ট ইষ্ট পলিচি’ ৰূপায়নৰ জৰিয়তে দক্ষিণ-পূব …