পে়ডমেনৰ ৰূপত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন
গুৱাহাটী, সংবাদ ৩৬৫, ৮ মাৰ্চ : আজি আন্তৰাষ্ট্ৰীয় নাৰী দিৱস, এই দিৱস দিনা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক দেখা গল পে়ডমেনৰ ৰূপত। মহানগৰীৰ ভাস্কৰ নগৰৰ মহিলাসকলক প্ৰাক্তন মন্ত্ৰীজনে বিতৰন কৰিলে চেনিটেৰী নেপকিন৷ মন্ত্ৰীজনে চেনিটেৰী নেপকিন বিতৰন কৰাৰ উপৰিও ভাস্কৰ নগৰত বসবাস …