বঙাইগাঁৱত ভুৱা প্ৰেমিক আটক : প্ৰেমৰ নাটকৰে যুৱতীক পলুৱাই আনি লুটি নিলে সোণসহ নগদ ধন
বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২১ মাৰ্চ: বঙাইগাঁও জিলা আৰক্ষীৰ জালত পৰিছে এজন ভুৱা প্ৰেমিক৷ মিছ কলৰ জৰিয়তে চিনাকী হোৱা যুৱতীক পলুৱাই আনি লুটি নিলে সোণসহ নগদ ধন। নিৰ্মল দাস নামৰ এজন ভুৱা প্ৰেমিকে যোৱা ১৯ মাৰ্চত গোৱালপাৰা জিলাৰ …