কেচা গাঞ্জা গছ কাটি অগ্নি সংযোগ আবকাৰী বিভাগৰ
সোণতলী, ৯ জানুৱাৰীঃ দক্ষিণ কামৰূপৰ সোণতলীত গাঞ্জা খেতি ধ্বংসাভিযানত নামিল কামৰূপ জিলা আবকাৰী বিভাগ৷ একেদিনাই দুখনকৈ গাঁৱত চলিল আবকাৰী বিভাগৰ অভিযান ৷ সোণতলী আৰক্ষী, অৰ্ধসামৰিক বাহিনী সহযোগত কামৰূপ জিলা আবকাৰী অধীক্ষক মানস প্ৰতিম শৰ্মাৰ নেতৃত্বত চলে এই অভিযান ৷ সোণতলীৰ …