ৰাজ্যৰ অৱসৰপ্ৰাপ্ত ২০ গৰাকী সাংবাদিকলৈ পেঞ্চন পত্র প্ৰদান
গুৱাহাটী, সংবাদ ৩৬৫, ৫ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামীয়ে সোমবাৰে তথ্য আৰু জনসংযােগ বিভাগৰ সৌজন্যত জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত আয়ােজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰে প্ৰথম বাৰৰ বাবে ৰূপায়ণ কৰা অসমৰ অৱসৰপ্ৰাপ্ত ২০ গৰাকী সাংবাদিকলৈ পেঞ্চন পত্র আনুষ্ঠানিকভাৱে প্ৰদান কৰে। উল্লেখ্য …