যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ অৱৰোধ
যোৰহাটৰ পৰা যুতিকা মহন্ত, ৪ জানুৱাৰী: যোৰহাটৰ গড়মূৰ স্থিত পৌৰসভাৰ আৱৰ্জনা স্থানৰ পৰা সৃষ্টি হোৱা প্ৰদূষণ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহন, বি.জি. পইন্ট (ৰেলৱে গুডচ্ য়াৰ্ডচ্ ) চিনামৰালৈ স্থানান্তৰ কৰা, গুডচ য়াৰ্ডত চলি থকা অনুজ্ঞাপত্ৰ বিহীন আৰু ফিটনেছ প্ৰমাণ পত্ৰ নথকা ট্ৰাক …