তিনিটা সমষ্টিৰ সংযোগী পথৰ নাই কোনো বিধায়ক
ৰঙিয়া, ৮ ডিচেম্বৰঃ তিনিটাকৈ সমষ্টিৰ জনসাধাৰণে চলাচল কৰা এটা পথৰ নাই কোনো বিধায়ক। পৰিৱৰ্তনকামী চৰকাৰখনে কোনো পৰিৱৰ্তন আনিব নোৱাৰিলে এই পথটোৰ। তিনিজনকৈ বিধায়কৰ এজনো নিজৰ বুলি গ্ৰহণ নকৰে এই পথটোক। পথটোৰ অপৰাধ মাত্ৰ এটাই যে তিনিতকৈ সমষ্টিৰ সংযোগী হোৱাৰ বাবে কোনো …