হোজাইত বিদ্যুৎৰ তাৰত লাগি বনৰীয়া হাতীৰ মৃত্যু
হোজাই, সংবাদ ৩৬৫, ১৬ জানুৱাৰীঃ মধ্য অসমৰ হোজাইত সোমবাৰে নিশা বিদ্যুতৰ তাৰত লাগি এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়। বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে হোজাইত সোমবাৰে নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে কেইবাজনো …