ৰাষ্ট্ৰীয় মিক্সড বক্সিং চেম্পিয়নশ্বিপত শিমলুগুৰিৰ খেলুৱৈৰ সাফল্য
শিমলুগুৰি, ৮ জানুৱাৰী: পঞ্জাৱৰ অমৃতসৰত অলপতে অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় মিক্সড বক্সিং চেম্পিয়নশ্বিপত অসম দলক প্ৰতিনিধিত্ব কৰা শিমলুগুৰিৰ কিক্ বক্সিং একাডমীৰ খেলুৱৈয়ে ৮টা সোণৰ আৰু ৪টা ৰূপৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। মিক্সড বক্সিং এছচিয়েশ্যন, অসমৰ হৈ ৰাষ্ট্ৰিয় …