পঞ্চায়তত জন্ম স্থানতে দুৰ্বল হৈ পৰা ভেটি পুনৰ শক্তিশালী কৰাৰ প্ৰয়াস অগপৰ
দেৰগাওঁ ২ ডিচেম্বৰঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত। বিজেপি, কংগ্ৰেছৰ লগতে ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অগপৰ নেতা আৰু কৰ্মীসকল পঞ্চায়ত নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে কঁকালত। আজি প্ৰায় পাঁচ সহস্ৰাধিক দলীয় কৰ্মীৰ …